তথ্যকোষসাময়িকী

বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস:ক’ৰ’না কালত এই দিৱসৰ বিষয়ে এক আলোকপাত

বিশ্ব শিশু শ্রমিক দিৱস পালনৰ ইতিহাস-

   বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস বিশ্বজুৰি শিশুৰ অধিকাৰ ৰক্ষা কৰিবলৈ আৰু শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰত্যেক বছৰে ১২ জুন তাৰিখে পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সহযোগী শাখা আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ সহযোগত গোটেই বিশ্বতে ২০০২ চনৰ পৰা এই দিৱস পালন কৰি অহা হৈছে। ১৯৭৩ চনৰ বিশ্ব শ্ৰমিক সংস্থাৰ নিম্নতম বয়স সন্মিলনৰ পৰা প্ৰেৰণা লাভ কৰি এই দিৱস আৰম্ভ কৰা হৈছিল। ইয়াত ব্যক্তি এজনৰ কৰ্ম সংস্থাপনৰ নিম্নতম বয়স নিৰ্ধাৰণ কৰা হৈছিল।

   ৰাষ্ট্ৰসংঘৰ মতে, এই বিশেষ দিনটোত বিশ্বৰ সকলো দল-সংগঠন,চৰকাৰ,চাকৰিয়াল,শ্ৰমিক আৰু বিশ্বৰ সকলো প্ৰান্তৰ জনগণক শিশু শ্ৰমিকৰ অৱস্থাৰ বিষয়ে আৰু তাৰ সহায়ৰ বাবে আমি গ্ৰহণ কৰিব পৰা ব্যৱস্থাসমূহৰ বিষয়ে আমাক সজাগ কৰে আৰু সজাগতা সৃষ্টিৰ বিষয়ে আলোচনা কৰা হয় ।

   এই শিশুসকলৰ দুৰ্দশাৰ কথা বৰ্ণনা কৰিবলৈ আৰু শিশু শ্ৰমিকৰ সমস্যাটোৰ কথা বিশ্ববাসীক অৱগত কৰিবলৈ বিশ্ব শ্ৰমিক সংস্থা(ILO) ই ২০০২ চনত প্ৰথমবাৰৰ বাবে বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস পালন কৰে।এই দিনটোৱে বিশ্বত শিশু শ্ৰমিক নিয়োগৰ বিৰুদ্ধে যুদ্ধক এটা সবল গতি প্ৰদান কৰিব, যি বিশ্ব শ্ৰমিক সংস্থাৰ ১৩৮ নং প্ৰতিনিধি সভা যি শিশু শ্রমৰ আটাইতকৈ বেয়া ৰূপৰ ওপৰত আৰু ১৮২ নং প্ৰতিনিধি সভা যি কৰ্মসংস্থাপনৰ নূন্যতম বয়সৰ ওপৰত বৃহৎ ৰূপত কৰা সমৰ্থনক প্ৰতিনিধিত্ব কৰে।

   আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ পৰিসংখ্যা মতে গোটেই বিশ্বত কোটি কোটি শিশু শিশু শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি থকা হৈছে। ইয়াৰ ফলত শিশুসকল উপযুক্ত শিক্ষা, স্বাস্থ্য, আৰাম আৰু জীৱনৰ ন্যূনতম স্বাধীনতা আদিৰ পৰা বঞ্চিত হৈছে আৰু ইয়াৰ পৰা শিশুৰ অধিকাৰ খৰ্ব হৈছে। ইয়াৰ প্ৰায় আধাসংখ্যক শিশু আটাইতকৈ নিকৃষ্ট শিশু শ্ৰমৰ লগত জড়িত। এনেকুৱা নিকৃষ্ট শিশু শ্ৰমৰ উদাহৰণ হ’ল- বিপদজনক পৰিৱেশত কাম কৰা,বিনা মজুৰিৰে কৰা বলপূৰ্বক শ্ৰম, নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ, বলপূৰ্বকভাৱে বেশ্যাবৃত্তিত নিয়োজন আৰু উগ্ৰপন্থী আৰু মানৱ বোমা হিচাপে ব্যৱহাৰ।

২০২০ বৰ্ষৰ বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ প্ৰতিপাদ্য বিষয়-

Covid 19:Protect Children From Child Labour, Now More Than Ever.অৰ্থাৎ কোভিদ ১৯ৰ সময়ছোৱাত শিশুক শ্ৰমৰ পৰা মুক্ত কৰিবলৈ আগতকৈ অধিক চেষ্টা কৰিব লাগিব।

শিশু শ্রমিকৰ ওপৰত কোভিদ ১৯ৰ প্ৰভাৱ-

   এই বৰ্ষৰ অৰ্থাৎ ২০২০ৰ বিশ্ব শিশু শ্রমিক বিৰোধী দিৱসত মূলতঃ ক’ৰনা মহামাৰী আৰু শিশু শ্ৰমিকৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে অৱতাৰণা কৰিব। ক’ৰ’না ভাইৰাছৰ ফলস্বৰূপে বৰ্তমান বিশ্বৰ বিত্তীয় আৰু শ্ৰম বজাৰত ব্যাপকৰূপে ক্ষতি কৰিছে।লগতে এই মহামাৰীয়ে মানুহৰ জীৱন-জীৱিকাৰ ওপৰতো ব্যাপক প্ৰভাৱ পেলাইছে আৰু দুর্ভাগ্যবশত শিশুসকল এইবোৰৰ সদায় প্ৰথম চিকাৰ হয়।

   এই মহামাৰীৰ ফলত বহুতো আর্থিকভাৱে দুৰ্বল বহুতো শিশুক শ্ৰমিক হবলৈ বাধ্য কৰিব। অনুমান অনুসৰি,বিশ্বত আগৰে পৰা ১৫২ মিলিয়ন শিশু শ্ৰমিক আছে আৰু তাৰে ৭২ মিলিয়ন বিপদজনক কামত লিপ্ত হয় আছে। এতিয়া এই পৰিস্থিতিত এই শিশু শ্ৰমিকসকলে আৰু কঠিন পৰিস্থিতিত কাম কৰিব লাগিব আৰু অধিক সময় কাম কৰিব লাগিব।

   এইবছৰ বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস এক আভাস অভিযানৰ ৰূপত আয়োজন কৰা হ’ব আৰু ইয়াত সহযোগ কৰিব IPCCLA ই। আৰু ইয়াৰ যোগেদি শিশু শ্ৰমিক নিয়োগৰ বিৰোধিতাৰ যুঁজখন আন্তৰ্জাতিক ক্ষেত্ৰত সু-সংগঠিত ৰূপত প্ৰকাশ পাব।

শিশু শ্ৰমিক কি?

   শিশুসকলে কৰা সকলো কাম শিশু শ্ৰমৰ তালিকাত তালিকাবদ্ধ কৰা হোৱা নাই। শিশু শ্ৰমে শিশুক অধ্যয়নৰ পৰা দূৰলৈ লৈ যাব পাৰে আৰু শিক্ষা আৰু শ্ৰম দুইটা একে সময়তে কৰাই শিশুৰ ওপৰত এটা বোজাৰ সৃষ্টি কৰিব পাৰে। শিশু শ্ৰম হৈছে একপ্ৰকাৰৰ শিশুয়ে জীৱিকাৰ বাবে কৰা কাম আৰু ই অতি শীঘ্ৰে বন্ধ হোৱাটো উচিত।

Embed from Getty Images

শিশু শ্ৰম বন্ধ কৰাৰ দাবীত কৰাছী চহৰত প্ৰতিবাদ

শিশু শ্রমৰ বিষয়ে কেইটামান তথ্য-

১) সমগ্ৰ বিশ্বৰ ভিতৰত আফ্ৰিকা মহাদেশত সৰ্বাধিক শিশু শ্ৰমিক আছে। ই সমগ্ৰ বিশ্বৰ শিশু শ্ৰমিকৰ প্ৰায় এক পঞ্চমাংশ(১/৫) অৰ্থাৎ কেৱল আফ্ৰিকা মহাদেশত প্ৰায় ৭২ মিলিয়ন শিশু শ্ৰমিক আছে।

২) এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চল এইক্ষেত্ৰত দ্বিতীয় স্থানত আছে-সমগ্ৰ শিশুৰ প্ৰায় ৭ শতাংশ অৰ্থাৎ এই অঞ্চলৰ প্ৰায় ৬২ মিলিয়ন শিশু শ্ৰমিক আছে।

৩) আফ্ৰিকা,এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলক একলগ কৰিলে এই অঞ্চলসমূহৰ প্ৰায় প্ৰতি ১০ জন শিশুৰ ৯ জনকৈ শিশু শ্ৰমিক আছে ।

 ৪) বিশ্বৰ প্ৰায় অৰ্ধেক(৪৮%) শিশু শ্রমিক ৫-১১ বছৰ বয়সৰ। বাকী ২৮% ১২-১৪ বছৰ বয়সৰ আৰু ২৪ শতাংশ ১৫-১৭ বছৰ বয়সৰ।

৫) বিশ্বৰ প্ৰায় ৭১% শিশু শ্ৰমিক কৃষিখণ্ডৰ সৈতে জড়িত হৈ আছে য’ত মৎস্যপালন,অৰণ্যকৰন,মাছ ধৰা,পশুপালন অন্তৰ্ভুক্ত হৈ আছে। বাকী ১৭% চাকৰিত আৰু বাকী থকা ১২% ঔদ্যোগিক কৰ্ম আৰু খনিত নিয়োজিত হৈ আছে।

5 1 vote
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

0
Would love your thoughts, please comment.x
()
x