শংকৰোত্তৰ যুগৰ অসমীয়া কবিতা
উত্তৰ শংকৰী বা শংকৰোত্তৰ যুগ বুলিলে সপ্তদশ শতিকাৰ পৰা বৃটিছ যুগৰ আৰম্ভণিৰ সময়(১৮২৬ চন)লৈকে ধৰা হয়। শংকৰোত্তৰ যুগৰ সাহিত্যৰ প্ৰধান […]
উত্তৰ শংকৰী বা শংকৰোত্তৰ যুগ বুলিলে সপ্তদশ শতিকাৰ পৰা বৃটিছ যুগৰ আৰম্ভণিৰ সময়(১৮২৬ চন)লৈকে ধৰা হয়। শংকৰোত্তৰ যুগৰ সাহিত্যৰ প্ৰধান […]
ৰাজ্যিক –
১)কালি উদ্বোধন কৰা হ’ল অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান ৰাইমনা। অসম চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যদেৱে আনুষ্ঠানিকভাৱে মুকলি কৰে সদ্যঘোষিত এই ৰাষ্ট্ৰীয় উদ্যানখন। বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে বি টি আৰৰ শাসকীয় পক্ষৰ বিধায়কসকল উপস্থিত থাকে এই উদ্বোধনী অনুষ্ঠানত।
২)কোভিড ১৯ মহামাৰীৰ সংক্ৰমণ অব্যাহত অসমত। যোৱা ২৪ ঘণ্টাত কৰণা মহামাৰীত আক্ৰান্ত হৈছে ৩৭৫৬ জন লোক আৰু মৃত্যু হৈছে ৫১ জন লোকৰ। সৰ্বাধিক ৰোগী আক্ৰান্ত হৈছে কামৰূপ মেট্ৰ’ জিলাত।
৩)গুৱাহাটী মহানগৰীৰ নলা নিষ্কাশন কাৰ্যত জড়িত ৭১ জন ঠিকাদাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰী গুৱাহাটী পৌৰনিগমৰ আয়ুক্তৰ। সময় উকলি যোৱা স্বত্বেও কামৰ অগ্ৰগতি নোহোৱাক লৈ অসন্তুষ্ট আয়ুক্তগৰাকী।
৪)অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা – হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব জুলাইৰ মধ্যভাগত। কোভিড সংক্ৰমণৰ হাৰ ২ শতাংশৰ তললৈ গলেই পাতিব পাৰিব পৰীক্ষা।
৫)
আহোম ৰাজ্যৰ অষ্টাদশজন স্বৰ্গদেউ চুৰমফা বা ভগা ৰজাক সিংহাসনচ্যুত কৰি বন্দী কৰাৰ পাছত সেইসময়ৰ আহোম ৰাজ্যৰ ডা-ডাঙৰীয়াসকলৰ উদ্যোগত ১৬৪৪ খ্ৰীষ্টাব্দত
১) যোৱাকালি কাজিৰঙাৰ বৰগছ ৰিজৰ্টত অনুষ্ঠিত হ’ল মুখ্যমন্ত্ৰীৰে সৈতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু প্ৰতিখন জিলাৰে আৰক্ষী অধীক্ষকসকলৰ বৈঠক। এই বৈঠকত আৰক্ষী প্ৰশাসনৰ সংস্কাৰৰ বাবে ল’বলগীয়া কেইবাটাও পদক্ষেপৰ বিষয়ে আলোচনা হয় বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানিবলৈ দিয়ে।
(মহাবাহু ব্ৰহ্মপুত্ৰ অসমৰ সমাজ-সভ্যতা-সংস্কৃতিৰ এক অন্যতম আধাৰ। সেয়েহে, সাৰথিৰ পাঠকসকলৰ বাবে আগবঢ়াইছো ব্ৰহ্মপুত্ৰ সম্পৰ্কে যুগুত কৰা এটি লেখা) নদী আৰু
(সদ্যঘোষিত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে এটি চমু লেখা) ৫ জুন তাৰিখে সমগ্ৰ বিশ্বতে
১৬৪১ খ্ৰীষ্টাব্দত আহোমৰ সপ্তদশজন স্বৰ্গদেউ প্ৰতাপ সিংহৰ মৃত্যু হ’ল। তেওঁৰ মৃত্যুৰ পাছতে তেওঁৰ বৰপুত্ৰ চুৰমফাই অষ্টাদশজন স্বৰ্গদেউৰূপে আহোম ৰাজসিংহাসনত আৰোহণ
পৰিস্থিতিতন্ত্ৰ মানৱ সমাজৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ বিষয়। পৰিস্থিতিতন্ত্ৰ বৰ্তি থকাৰ বাবেই মানৱ প্ৰজাতি বিশ্বত বৰ্তি আছে। পৰিস্থিতিতন্ত্ৰক নিৰ্ভৰ কৰিয়েই
(সত্যনাথ বৰা আছিল অসমীয়া সাহিত্যৰ এজন পুৰোধা ব্যক্তি। সাৰথিৰ পাঠকসকলৰ বাবে সত্যনাথ বৰা সম্পৰ্কে এটি চমু লেখা) সেই সময়ত আধুনিক