আজিৰ বাতৰিসাময়িকী

আজিৰ শিৰোনাম

ৰাজ্যিক

১) যোৱাকালি কাজিৰঙাৰ বৰগছ ৰিজৰ্টত অনুষ্ঠিত হ’ল মুখ্যমন্ত্ৰীৰে সৈতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু প্ৰতিখন জিলাৰে আৰক্ষী অধীক্ষকসকলৰ বৈঠক। এই বৈঠকত আৰক্ষী প্ৰশাসনৰ সংস্কাৰৰ বাবে ল’বলগীয়া কেইবাটাও পদক্ষেপৰ বিষয়ে আলোচনা হয় বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানিবলৈ দিয়ে।

২) কোভিড ১৯ৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ চেষ্টা অসমৰ স্বাস্থ্য বিভাগৰ। অহা একৈশ(২১) জুনৰ পৰা ভেকচিন প্ৰদানৰ ব্যাপক অভিযান আৰম্ভ কৰিব অসম চৰকাৰৰ স্বাস্থ্য বিভাগে।

৩) নগাঁও জিলাৰ ৰূপহীহাটত উত্তেজনা! কোভিড প্ৰট’কল অৱমাননা কৰি ক্ৰিকেট খেলি থাকোঁতে আৰক্ষী আহি মাৰ-পিট কৰাত পলাবলৈ চেষ্টা কৰোঁতে বিলত পৰি প্ৰাণ গ’ল এজন যুৱকৰ। উত্তেজিত লোকে ঘেৰাও কৰিলে ৰূপহীহাট আৰক্ষী চকী।

৪) যোৱা ২৪ ঘণ্টাত অসমত পুনৰ বৃদ্ধি হ’ল ৩৭৫১জন কৰণা ৰোগী। কামৰূপ মেট্ৰ’তে হৈছে ৰাজ্যৰ ভিতৰত অধিক সংক্ৰমণ। কোভিডত ৫৫ জন লোকে মৃত্যুক সাৱটিলে যোৱা ২৪ ঘণ্টাত।

৫) পুনৰ অসমৰ বাবে এক সুখবৰ। অসমে লাভ কৰিলে ৰাজ্যৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই বৰ্ষাৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্ৰদান কৰিলে দেশৰ কেন্দ্ৰীয় চৰকাৰে। যোৱা ৫ জুনত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানক অসমৰ ষষ্ঠ ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হৈছিল।

উৎস – অসমীয়া প্ৰতিদিন

ৰাষ্ট্ৰীয়

১. অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া অনুপ চন্দ্ৰ পাণ্ডেই বুধবাৰে নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰে। উত্তৰ প্ৰদেশ কেডাৰৰ ১৯৮৪ বেটচৰ আইএএছ বিষয়া শ্ৰী পাণ্ডেই মুখ্য নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰ আৰু নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ সৈতে যোগ দি তিনিজনীয়া আয়োগখন সম্পূৰ্ণ কৰিছে।

২. দুগ্ধ উৎপাদনকাৰী কোম্পানী আমুলে ইয়াৰ সদস্য গাখীৰ উৎপাদকসকলক বেংকিং সেৱা প্ৰদান কৰাৰ লক্ষ্যৰে, বুধবাৰে ৰাজকোটৰ আনন্দপাৰ গাঁৱৰ পৰা আৰম্ভণি কৰি ইয়াৰ মাইক্ৰ’ এটিএম সেৱা মুকলি কৰিছে।

৩. প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ বাবে বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে কাম কৰা ৰাম খাণ্ডেকাৰৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত মঙলবাৰে নিশা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ।

৪. কেন্দ্ৰই ধান, মাহজাতীয় শস্য, তৈলবীজৰ বাবে নুন্যতম সমৰ্থন মূল্য বৃদ্ধিৰ ঘোষণা কৰিছে। চৰকাৰে ২০২১-২২ শস্য বৰ্ষৰ বাবে ধানৰ এমএছপি প্ৰতি কুইন্টলত ১,৯৪০ টকালৈ বৃদ্ধি কৰিছে।

৫. প্ৰব্ৰজনকাৰীসকলৰ বাবে বিনামূলীয়া ৰেচন আঁচনি পুনৰুজ্জীৱিত কৰক-উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত গোচৰ তৰা তিনিজন ৰাজহুৱা কৰ্মীয়ে প্ৰধানমন্ত্ৰী মোডীক আহ্বান জনাইছে।

উত্স : দা হিন্দু

আন্তঃৰাষ্ট্ৰীয়

১. জ’ বাইডেনে ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণত ইউৰোপ ভ্ৰমণ কৰিছে। ৭ জনীয়া গোট, নাটো আৰু ইউৰোপীয় ইউনিয়নৰ নেতাসকল আৰু ৰাছিয়াৰ ভ্লাদিমিৰ পুটিনৰ সৈতে বৈঠকৰ পূৰ্বে ৰাষ্ট্ৰপতি বাইডেনে অন্যান দেশসমূহক ৫০০ নিযুত ভেকছিনৰ পালি যোগান ধৰাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিব।

২. অচিনাক্ত বন্দুকধাৰীয়ে খনি পৰিষ্কাৰকাৰী সংস্থাৰ বাবে কাম কৰা কমেও ১০ জন আফগানক হত্যা কৰিছে। আফগানিস্তান চৰকাৰে এই হত্যাৰ বাবে তালিবানী বিদ্ৰোহীসকলক দোষাৰোপ কৰিছে।

৩. আমেৰিকাই কৈছে, এই সপ্তাহৰ শেষলৈ ইৰাণৰ সৈতে পাৰমাণৱিক আলোচনাৰ পুনৰ আৰম্ভ হ’ব।

৪. মংগোলীযয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী উখনা খুৰেলচুখ, বুধবাৰে দেশৰ ষষ্ঠজন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে। ইয়াৰ ফলত ক্ষমতাধীন মংগোলিয়ান পিপলছ পাৰ্টিৰ (এমপিপি) আৰু অধিক শক্তিশালী হৈ পৰিছে।

৫. নিৰ্বাচনী আইন সংস্কাৰৰ পিছত ইউৰোপীয় ইউনিয়নে হংকঙলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ কথা বিবেচনা কৰিছে। ইউৰোপীয় ইউনিয়নে বুধবাৰে হংকঙৰ ৰাজনৈতিক ব্যৱস্থাৰ বৃহৎ পৰিৱৰ্তনৰ কথাটোক চীনে ইয়াৰ আন্তৰ্জাতিক প্ৰতিশ্ৰুতিৰ উলংঘন কৰা বুলি নিন্দা কৰিছে আৰু স্বায়ত্তশাসিত চহৰখন ভ্ৰমণ কৰিবলৈ এটা প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ ভাবুকি দিছে।

তথ্যৰ উত্স: ৰয়টাৰ

ক্ৰীড়া –

১) মল্লযুঁজত অলিম্পিকলৈ নিৰ্বাচিত হোৱা মল্লযুঁজাৰু ৰবি ডাহিয়াই পোলেণ্ড অ’পেনত লাভ কৰিলে ৰূপৰ পদক। উজবেকিস্তানৰ মল্লযুঁজাৰু গোলমজন আব্দুলেইভৰ হাতত ৬১ কেজি শাখাত ৩-৫ ব্যৱধানত পৰাস্ত হ’ল ৰবি ডাহিয়া।
২) টকিঅ’ত অহা ২৪ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ হ’বলগা পেৰালিম্পিক গেমছত টাইকোৱাণ্ড’ত নিৰ্বাচিত হ’ল ভাৰতৰ অৰুণা তানৱাৰ। বৰ্তমানলৈ টাইকোৱাণ্ড’ত পেৰালিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথমজন ভাৰতীয় হৈছে অৰুণা তানৱাৰ।
৩) অহা ১৮ জুনৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ প্ৰতি লক্ষ্য ৰাখি ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত নিউজিলেণ্ডে জিৰণি দিছে অধিনায়ক কেন উইলিয়ামছনক।
৪)ৰেকৰ্ডসংখ্যক চতুৰ্দশবাৰৰ বাবে ফ্ৰেন্স অ’পেন টেনিছ প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ টেনিছ তাৰকা ৰাফেল নাডালৰ। ডিয়েগ’ চেচৱাৰ্টজমেনক ৬-৩, ৪-৬, ৬-৪, ৬-০ ছেটত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ ৰাফেল নাডালৰ।
৫) আই. চি. চি.ৰ টেষ্ট ৰেংকিংত শীৰ্ষ দহত তিনিজন ভাৰতীয়। পঞ্চম স্থানত বিৰাট ক’হলি, ষষ্ঠ স্থানত যুটীয়াভাৱে ৰোহিত শৰ্মা আৰু ঋষভ পন্ট।

           তথ্যৰ উৎস – দা ইণ্ডিয়ান এক্সপ্ৰেছ

3 1 vote
Article Rating
Subscribe
Notify of
guest
5 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Levi Chandler Cobb
7 months ago

Looking forward to your next post. Keep up the good work!

Hanna Rice
7 months ago

I appreciate your creativity and the effort you put into every post. Keep up the great work!

Health Massive
7 months ago

This was beautiful Admin. Thank you for your reflections.

alpilean weight loss reviews amazon

This is my first time pay a quick visit at here and i am really happy to read everthing at one place

Gluco Slim Gummies price

very informative articles or reviews at this time.

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

5
0
Would love your thoughts, please comment.x
()
x