আজিৰ শিৰোনাম
ৰাজ্যিক ১) ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নতুন এচ.অ.পি ঘোষণা কৰিলে ৰাজ্য চৰকাৰে। এই ঘোষণা অনুসৰি আঠখন জিলাত বিয়লি […]
ৰাজ্যিক ১) ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নতুন এচ.অ.পি ঘোষণা কৰিলে ৰাজ্য চৰকাৰে। এই ঘোষণা অনুসৰি আঠখন জিলাত বিয়লি […]
ৰাজ্যিক ১) উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিলৰ পিছতেই মূল্যায়নৰ বাবে হাহাকাৰ। বিদ্যালয়, মহাবিদ্যালয় প্ৰধানলৈ শিক্ষা সংসদৰ পত্ৰ- শিক্ষাৰ্থীৰ
ৰাজ্যিক ১) ৰাজ্যৰ বিভিন্ন চৰকাৰী বিভাগে বিদ্যুৎ বিভাগক আদায় দিয়া নাই ১০৬ কোটি টকাৰ বিদ্যুৎ মাচুল। এই বিষয়ে নিমাত চৰকাৰী
ৰাজ্যিক ১) চীন সীমান্তৰ কিমিনত ১২টা পথ মুকলি কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ঘোষণা- প্ৰতিৰক্ষাক লৈ কোনো আপোচ কৰা নহ’ব।
ৰাজ্যিক ১)সেনাৰ অকথ্য নিৰ্যাতনৰ বলি হৈ মিজোৰামত সোমাল ম্যানমাৰৰ ১০ হেজাৰ গঞা। বিপ্লৱী নেত্ৰী আন ছান ছ্যু কীৰ চৰকাৰ উৎখাতৰ
ৰাজ্যিক – ১) যোৱা ২৪ ঘণ্টাত অসমত কোভিড ১৯ত আক্ৰান্ত ৩,৪১৫ জন লোক আৰু মৃত্যু ঘটিল ৩৪ জন লোকৰ। ২)
ৰাজ্যিক – ১) অসমৰ বিদ্যালয়সমূহত অন্ত পৰিছে গ্ৰীষ্ম বন্ধৰ। কিন্তু কোভিড পৰিস্থিতিৰ অন্ত নোহোৱালৈকে বন্ধ থাকিব বিদ্যালয়সমূহ। এতিয়া চলি থাকিব
ৰাজ্যিক – ১) নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ! মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে তৎপৰ অসম চৰকাৰ। ২৬ লাখ মহিলাক ১২,৫০০ কোটি টকাৰ ঋণ
ৰাজ্যিক –
১)কালি উদ্বোধন কৰা হ’ল অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান ৰাইমনা। অসম চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যদেৱে আনুষ্ঠানিকভাৱে মুকলি কৰে সদ্যঘোষিত এই ৰাষ্ট্ৰীয় উদ্যানখন। বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে বি টি আৰৰ শাসকীয় পক্ষৰ বিধায়কসকল উপস্থিত থাকে এই উদ্বোধনী অনুষ্ঠানত।
২)কোভিড ১৯ মহামাৰীৰ সংক্ৰমণ অব্যাহত অসমত। যোৱা ২৪ ঘণ্টাত কৰণা মহামাৰীত আক্ৰান্ত হৈছে ৩৭৫৬ জন লোক আৰু মৃত্যু হৈছে ৫১ জন লোকৰ। সৰ্বাধিক ৰোগী আক্ৰান্ত হৈছে কামৰূপ মেট্ৰ’ জিলাত।
৩)গুৱাহাটী মহানগৰীৰ নলা নিষ্কাশন কাৰ্যত জড়িত ৭১ জন ঠিকাদাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰী গুৱাহাটী পৌৰনিগমৰ আয়ুক্তৰ। সময় উকলি যোৱা স্বত্বেও কামৰ অগ্ৰগতি নোহোৱাক লৈ অসন্তুষ্ট আয়ুক্তগৰাকী।
৪)অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা – হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব জুলাইৰ মধ্যভাগত। কোভিড সংক্ৰমণৰ হাৰ ২ শতাংশৰ তললৈ গলেই পাতিব পাৰিব পৰীক্ষা।
৫)