তথ্যকোষভাৰতীয় সংবিধানসাময়িকী

অনুসূচিত আৰু জনজাতি ক্ষেত্ৰসমূহ

দশম ভাগ

অনুসূচিত আৰু জনজাতি ক্ষেত্ৰসমূহ

(২৪৪)অনুসূচিত আৰু জনজাতি ক্ষেত্ৰসমূহৰ প্ৰশাসন— (১) অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম ৰাজ্যৰ বাহিৰে  আন যিকোনো ৰাজ্যৰ অনুসূচিত ক্ষেত্ৰসমূহ আৰু জনজাতি ক্ষেত্ৰসমূহৰ প্ৰশাসন আৰু নিয়ন্ত্ৰণত সংবিধানৰ পঞ্চম অনুসূচীৰ উপবন্ধসমূহ প্ৰয়োগ হব।

(২)অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম ৰাজ্যৰ জনজাতি ক্ষেত্ৰসমূহৰ প্ৰশাসনত ষষ্ঠ অনুসূচীৰ উপবন্ধসমূহ প্ৰয়োগ হব। 

(২৪৪)(ক) অসমৰ কোনো কোনো জনজাতি ক্ষেত্ৰক লৈ এখন স্বায়ত্ব শাসিত ৰাজ্যৰ গঠন বা তাৰ বাবে স্থানীয় বিধান মণ্ডল বা মন্ত্ৰী পৰিষদ অথবা দুয়োটাৰে সৃষ্টি— (১) এই সংবিধানত যিকোনো কথা থকা স্বত্বেও সংসদে বিধিৰ দ্বাৰা ষষ্ঠ অনুসূচীৰ দফা ২০ত সন্নিবিষ্ট তালিকাৰ বিৰ্নিদিষ্ট জনজাতি ক্ষেত্ৰৰ সমগ্ৰ বা যিকোনো ক্ষেত্ৰক লৈ (লাগিলে সম্পূৰ্ণ ভাবেই হওক বা আংশিক ভাবেই হওঁক) অসম ৰাজ্যৰ ভিতৰত এখন স্বায়ত্ব শাসিত ৰাজ্য গঠন কৰিব পাৰে আৰু তাৰ বাবে—

(ক) সেই স্বায়ত্ব শাসিত ৰাজ্যখনৰ বিধান মণ্ডল ৰূপে কাম কৰিবলৈ নিৰ্বাচিতই হওক বা আংশিকভাবে নিৰ্বাচিত আৰু আংশিক ভাবে মনোনীতই হওক, এটা নিকায় অথবা

(খ) এখন মন্ত্ৰী পৰিষদ,

অথবা দুয়োটাকে প্ৰত্যেক ক্ষেত্ৰতে বিধিত যথা বিৰ্নিদিষ্ট কৰা অনুসৰি গাঁঠনি, ক্ষমতা আৰু কৃত্যসমূহৰ সৈতে সৃষ্টি কৰিব পাৰে।

(২) খণ্ড (১) ত নিৰ্দেশিত এনে কোনো বিধিয়ে বিশেষকৈ—

(ক) ৰাজ্যসূচী অথবা সমৱৰ্ত্তী সূচীত প্ৰগণিত এনে বিষয়বোৰ বিৰ্নিদিষ্ট কৰি দিব পাৰে,যাৰ সম্বন্ধত স্বায়ত্ব শাসিত ৰাজ্যখনৰ বিধান মণ্ডলে সমগ্ৰ ৰাজ্যখনৰ বাবেই হওক বা তাৰ কোনো ভাগৰ বাবেই হওক, বিধি প্ৰণয়ন কৰিবলৈ ক্ষমতা পাব, লাগিলে অসম ৰাজ্যৰ বিধান মণ্ডলক বহিৰ্ভূত কৰিয়েই হওক বা অন্যথাই হওক

(খ) যিবিলাক বিষয়ৰ সম্বন্ধত স্বায়ত্ব শাসিত ৰাজ্যখনৰ কাৰ্যপালিকা ক্ষমতা বিস্তাৰ কৰিব সেই বিষয় বিলাক পৰিভাষিত কৰিব পাৰে।

(গ) অসম ৰাজ্যৰ দ্বাৰা আৰোপিত যিকোনো কৰ যি পৰিমাণে তাৰ আগত স্বায়ত্ব শাসিত ৰাজ্যখনৰ বুলি দেখুৱাব পৰা হয় সেই পৰিমাণে স্বায়ত্ব শাসিত ৰাজ্যখনক অৰ্পণ কৰিবলৈ উপবন্ধ কৰিব পাৰে।

(ঘ) এই সংবিধানৰ যিকোনো অনুচ্ছেদত কোনো ৰাজ্যৰ প্ৰতি থকা নিৰ্দেশে স্বায়ত্ব শাসিত ৰাজ্যখনৰ প্ৰতি থকা নিৰ্দেশ অন্তৰ্ভুক্ত কৰা বুলি অৰ্থ কৰিবলৈ উপবন্ধ কৰিব পাৰে; আৰু

(ঙ) এনেকুৱা অনুপূৰক, প্ৰাসংগিক আৰু আনুষংগিক উপবন্ধ কৰিব পাৰে যিবিলাক নেকি আৱশ্যক বুলি গণ্য কৰা হয়।

(৩) উপৰোক্ত এনে যিকোনো বিধিৰ সংশোধন যি পৰ্যন্ত এনে সংশোধনৰ খণ্ড(২)ৰ উপখণ্ড(ক) বা উপখণ্ড(খ)ত বিৰ্নিদিষ্ট কোনো বিষয় সম্পৰ্কীয় হয়, সেই পৰ্যন্ত প্ৰভাৱী নহব—যদিহে সংশোধনটো সংসদৰ প্ৰত্যেক সদনত উপস্থিত থকা আৰু ভোটদান কৰা সদস্যসকলৰ নূন্যতম দুই-তৃতীয়াংশৰ দ্বাৰা পাৰিত নহয়।

(৪) এই অনুচ্ছেদত নিৰ্দেশিত এনে কোনো বিধিক অনুচ্ছেদ ৩৬৮ৰ প্ৰয়োজনৰ বাবে এই সংবিধানৰ কোনো সংশোধন বুলি গণ্য কৰা নহব—লাগিলে তাত এনে কোনো উপবন্ধই অন্তৰ্বিষ্ট হওক যিনেকি এই সংবিধান সংশোধন কৰে বা যাৰনেকি সংবিধান সংশোধন কৰাৰ ক্ষেত্ৰত প্ৰভাব থাকে।

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

0
Would love your thoughts, please comment.x
()
x