আজিৰ বাতৰিসাময়িকী

আজিৰ শিৰোনাম

ৰাজ্যিক –

১) ৰাজ্যবাসীৰ বাবে সুখবৰ। ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰণা ৰোগীৰ সংখ্যা। যোৱাকালি কৰণাত আক্ৰান্ত হৈছে ২১৬৭ জন লোক আৰু মৃত্যুমুখত পৰে ৩৬ গৰাকী লোক। ৰাজ্যত বৰ্তমান পজিটিভিতিৰ হাৰ ২.১৬ শতাংশ।

২) আজিৰ পৰা কাৰ্যালয়ত উপস্থিতি বাধ্যতামূলক হ’ব কোভিড ভেকচিনৰ দুয়োটা পালি লোৱা কৰ্মচাৰীৰ। কোভিডসৃষ্ট পৰিস্থিতি কিছু সুগম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

৩) মানুহ হৈ পৰিছে অমানুহ! সামান্য কথাতেই তিনিটি শিশুক নিৰ্মম শাস্তি ধেমাজিৰ চিলাপথাৰৰ জগত পেগুৰ।

৪) মৰিয়নি ৰে’ল ষ্টেছনত চাঞ্চল্য! উজনিমুৱা বিবেক এক্সপ্ৰেছত অহা তিনি যুৱকক অচেতন অৱস্থাত উদ্ধাৰ ৰে’ল আৰক্ষীৰ। দুৰ্বৃত্তই নিচাযুক্ত দ্ৰৱ্য সেৱন কৰাই লুটি নিয়াৰ সন্দেহ।

৫) অনলাইন পৰীক্ষাৰ নামৰ প্ৰহসন গুৱাহাটী বিশ্ববিদ্যালয়ৰ। অনুষ্ঠিত কৰা হৈছে অনলাইন পৰীক্ষা কিন্তু সময়মতে ডাউনল’ড কৰিব পৰা নাই প্ৰশ্নকাকত আৰু আপল’ড হোৱা নাই উত্তৰবহী।

ৰাষ্ট্ৰীয়

১. আজি গুজৰাট ভ্ৰমণলৈ যাব অৰবিন্দ কেজৰিৱাল। ২০২২ চনৰ নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীৰ টুইট– গুজৰাটলৈ এইবাৰ পৰিৱৰ্তন আহিব।

২. বিৰোধী দলসমূহৰ ব্যাপক প্ৰতিবাদৰ মাজতে লক্ষাদ্বীপলৈ যাব প্ৰশাসক প্ৰফুল পেটেল। সোমবাৰে সপ্তাহজোৰা কাৰ্যসূচীৰে ৰাওনা হব নবনিযুক্ত প্ৰশাসকগৰাকী।

৩. “আমি জনকল্যামূলক আঁচনিত খৰছৰ বাবে ধন জমা কৰিছো”—ইন্ধনৰ মূল্যবৃদ্ধি সম্পৰ্কত পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান।

৪. প্ৰতিৰক্ষা খণ্ডত নতুন গৱেষণা আৰু উদ্ভাৱনৰ বাবে ৪৯৯ কোটি টকাৰ পেকেজত অনুমোদন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ। তেওঁ কয় এই পুঁজিৰে প্ৰায় ৩০০ ষ্টাৰ্ট আপ, লঘু উদ্যোগ আৰু ব্যক্তিগত উদ্ভাৱনকাৰীক আৰ্থিক সাহাৰ্য আগবঢ়োৱা হব।

৫. ভাৰত জি-৭ ৰ স্বাভাৱিক সহযোগী— প্ৰধানমন্ত্ৰী মোদী। শনিবাৰে জি-৭ সন্মিলনৰ ‘মুক্ত সমাজ আৰু মুক্ত অৰ্থনীতি’ শীৰ্ষক অধিৱেশনত ভাৰ্চুৱেলী ভাষণ প্ৰদান কৰি প্ৰধান মন্ত্ৰীয়ে কয় এইকথা।

উত্স- দ্যা ইণ্ডিয়ান এক্সপ্ৰেছ

আন্তঃৰাষ্ট্ৰীয়

১. ক্ষমতা হেৰুৱালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নিতেনয়াহুৱে। নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত ল’লে য়েমিনা দলৰ নাফাটালি বেনেট। নতুন বহুদলীয় চৰকাৰখন ৬০-৫৯ ভোটাৰ ব্যৱধানত জয়ী হয়।

২. সামৰণি পৰে ইংলেণ্ডৰ কৰ্ণৱালত অনুষ্ঠিত হৈ থকা জি-৭ সন্মিলনৰ। বিশ্ব শক্তিসমূহে দুখীয়া দেশবোৰলৈ ১ বিলিয়ন ভেকচিনৰ অনুদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি কৰে।

৩. মধ্য চীনৰ চিয়ান মহানগৰৰ গেছ পাইপত ভয়ংকৰ বিস্ফোৰণ। ১২ জন নিহত,১৩৮ জন আহত।

৪. স্পেইন চৰকাৰে মুক্তি দিব ১২ জন কাটলানীয় স্বাধীনতা সংগ্ৰামীক। এই সিদ্ধান্তৰ বিৰোধিতাৰে দেশখনৰ ৰাজধানী চহৰৰ মাদ্ৰিদলৈ ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী।

৫. আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে সাক্ষাত কৰে ইংলেণ্ডৰ ৰাণী এলিজাবেথক। ইংলেণ্ডৰ উইণ্ডচৰ কাষ্টেলত সম্পন্ন হয় এই সাক্ষাত।

উত্স- ৰয়টাৰ

ক্ৰীড়া –

১) ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতা,২০২১:ন’ভাক জক’ভিকৰ শিৰত পুৰুষৰ একক শাখাৰ বিজয়ী মুকুট। গ্ৰীচৰ ষ্টেফানোচ চিটিপাছক ৬-৭, ২-৬, ৬-৩, ৬-২, ৬-৪ ছেটত হৰুৱায় জক’ভিছে দখল কৰে নিজৰ জীৱনৰ ঊনবিংশতিতম(১৯) গ্ৰেণ্ডশ্লাম।

২) শ্ৰীলংকাৰ দলৰ প্ৰাক্তন অধিনায়ক তথা উইকেটকীপাৰ বেটছমেন কুমাৰ ছাংগাকাৰা আৰু ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ ভিনু মানকাদক অন্তৰ্ভুক্ত কৰা হ’ল বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে প্ৰস্তুত কৰা আই. চি. চি. ৰ “হ’ল অৱ ফেম”ত।

৩) ইংলেণ্ড-নিউজিলেণ্ডৰ দ্বিতীয় টেষ্ট:দ্বিতীয় ইনিংছত ইংলেণ্ডৰ ১২২ ৰাণৰ প্ৰত্যুত্তৰত ৩৮ ৰাণৰ লক্ষ্য অনুসৰণ কৰি আঠ উইকেটত জয়লাভ নিউজিলেণ্ডৰ। ১৯৯৯ চনৰ পাছত প্ৰথমবাৰৰ বাবে ইংলেণ্ডত শৃংখলা দখল নিউজিলেণ্ডৰ।

৪) ইউৰো কাপ ফুটবল প্ৰতিযোগিতা,২০২০ৰ তৃতীয়টো দিন:ইংলেণ্ড, নেদাৰলেণ্ডছ আৰু অষ্ট্ৰিয়াৰ জয়লাভ।

৫) আজিৰে পৰা ব্ৰাজিলত আৰম্ভ হ’ব কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতা। আজি উদ্বোধনী খেলত আৰ্জেন্টিনাৰ মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন চিলি।

উৎস – ইণ্ডিয়ান এক্সপ্ৰেছ

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

0
Would love your thoughts, please comment.x
()
x