নিয়োগ বাৰ্তাসাময়িকী

নিয়োগ বাৰ্তা (১-১০ মে’, ২০২১)

একলব্য আদৰ্শ আৱাস (ৰেচিডেন্টেল)বিদ্যালয়ত নিযুক্তি :

একলব্য আদৰ্শ বিদ্যালয়ত অধ্যক্ষ,উপাধ্যক্ষ, স্নাতকোত্তৰ আৰু প্ৰশিক্ষিত স্নাতক শিক্ষকৰ ৩৪৭৯ পদৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে। ইয়াৰ সৱিশেষ তথ্য তলত উল্লেখ কৰা হ’ল-

মুঠ পদ-৩৪৭৯

১। অধ্যক্ষ -১৭৫

২। উপাধ্যক্ষ-১১৬

৩। স্নাতকোত্তৰ শিক্ষক (PGT)- ১২৪৪

চাকৰিৰ ধৰণ- কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ

আৱেদন মাছুল-

অধ্যক্ষ/উপাধ্যক্ষ পদৰ বাবে- ২০০০

শিক্ষক পদৰ বাবে- ১৫০০

আৱেদনৰ সময়সীমা- ৩১মে, ২০২১

আৱেদন প্ৰক্ৰিয়া– অনলাইন

কৰ্মক্ষেত্ৰ পৰিসীমা– সমগ্ৰ ভাৰততে

গুৰুত্বপূৰ্ণ লিংকসমুহ:

বিজ্ঞাপন সম্বন্ধীয় তথ্যৰ বাবে ক্লিক কৰক

আৱেদনৰ বাবে ক্লিক কৰক

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি:

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত লেবৰেটৰী কাৰিকৰী সহায়কৰ (laboratory technician) পদৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে। সবিশেষ তথ্য তলত উল্লেখ কৰা হ’ল।

পদৰ সংখ্যা- ৪টা

শিক্ষাগত অৰ্হতা– বিজ্ঞান শাখাত উ: মাধ্যমিক উত্তীৰ্ণ হোৱাৰ লগতে মেডিকেল লেব টেকন’লজীৰ ডিপ্লমাধাৰী হ’ব লাগিব।

বয়স- ৩৮ তকৈ অধিক হ’ব নোৱাৰিব

চাকৰিৰ ধৰণ- অসম চৰকাৰৰ ঠিকাভিত্তিক

আৱেদন প্ৰক্ৰিয়া- সাক্ষাৎকাৰ জৰিয়তে

সাক্ষাৎকাৰ দিন- ১১মে, ২০২১ দিনৰ ১১ বজাত।

স্থান-তেজপুৰ চিকিৎসা মহাবিদ্যালয়, শোণিতপুৰ, অসম।

সবিশেষ জানিবৰ বাবে ক্লিক কৰক

দুলীয়াজান অইলত নিযুক্তি:

Oil India Limited দুলীয়াজানৰ মুখ্য কাৰ্য্যালয়ত ১১৯ টা বিভিন্ন পদত  ঠিকাভিত্তিক নিযুক্তিৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশৰ দাঁতি-কাষৰীয়া অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে । সবিশেষ তথ্য তলত উল্লেখ কৰা হ’ল।

মুঠ পদৰ সংখ্যা– ১১৯

অৰ্হতা– পদ অনুযায়ী ভিন্ন

বয়স– ১৮-৩৫ বছৰৰ ভিতৰত লগতে চৰকাৰী সংৰক্ষণ নীতি প্ৰযোজ্য

চাকৰিৰ ধৰণ– চৰকাৰী ঠিকাভিত্তিক

আৱেদন প্ৰক্ৰিয়া – সাক্ষাৎকাৰ যোগেদি

সাক্ষাৎকাৰ দিন– নিৰ্দিষ্ট পদ অনুযায়ী ২৪মে, ২০২১ৰ পৰা ২২ জুন,২০২১ লৈ।

অধিক জানিবৰ বাবে ক্লিক কৰক

SBI ত নিযুক্তি

২০২১ চনত ভাৰতীয় ষ্টেট বেংকে ৫২৩৭ টা কনিষ্ঠ সহযোগী গ্ৰাহক সহায়ক আৰু বিক্ৰী ( customer support and sales) পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। বিজ্ঞাপন সম্বন্ধীয় তথ্য তলত উল্লেখ কৰা হ’ল।

পদৰ সংখ্যা– ৫২৩৭

অৰ্হতা:  যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ  স্নাতক হ’ব লাগিব। এইক্ষেত্ৰত চৰ্ত অনুসৰি ফাইনেল বৰ্ষ/ চেমেষ্টাৰৰ ছাত্ৰ-ছাত্ৰীয়েও আৱেদন কৰিব পাৰিব।

বয়স– ২০ৰ পৰা ২৮ ( সংৰক্ষিত সকললৈ বিশেষ ৰেহাই প্ৰযোজ্য)

চাকৰিৰ ধৰণ– কেন্দ্ৰীয় চৰকাৰী চাকৰি

কৰ্মক্ষেত্ৰৰ পৰিসীমা– সমগ্ৰ ভাৰততে

আৱেদন প্ৰক্ৰিয়া – অনলাইনযোগে

আৱেদন মাছুল

সাধাৰণ শ্ৰেণী, অ.বি.চি.ৰ বাবে : ৭৫০

পিছপৰা জাতি/জনজাতিৰ বাবে: বিনামূলীয়া

আৱেদন সময়সীমা- ২৭ এপ্ৰিল,২০২১ ৰ পৰা ১৭ মে,২০২১ৰ ভিতৰত

আৱেদন কৰিবলৈ ক্লিক কৰক

বিজ্ঞাপন সম্বন্ধে অধিক জানিবৰ বাবে ক্লিক কৰক

গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি

গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয়ত উচ্চ প্ৰকল্প সহযোগী, প্ৰকল্প সহযোগী, সহযোগী গৱেষক আদি ভিন্ন পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে।

মুঠ পদৰ সংখ্যা- ৬ টা

অৰ্হতা- পদ অনুযায়ী ভিন্ন

আৱেদন প্ৰক্ৰিয়া- ই-মেইলযোগে

ই-মেইল ঠিকনা: aadsmckhanapara@gmail.com

সাক্ষাৎকাৰ দিন- ২০মে,২০২১ৰ পুৱা দহ বজাত আৰু ২জুন,২০২১ৰ পুৱা দহ বজাত

দৰমহা আৰু চৰকাৰী ভাত্তা- পদ অনুযায়ী ভিন্ন

বিজ্ঞাপন সম্বন্ধীয় অধিক তথ্যৰ বাবে ক্লিক কৰক

ৰাষ্ট্ৰীয় জল উন্নয়ন পৰিষদত নিযুক্তি

ৰাষ্ট্ৰীয় জল উন্নয়ন পৰিষদ( National Water Development Agency, চমুকৈ NWDA)য়ে ইয়াৰ মুখ্য কাৰ্যালয় আৰু দেশৰ অনান্য প্ৰান্তত খালী হৈ থকা কনিষ্ঠ অভিযন্তা (civil), ষ্টেনোগ্ৰাফাৰ, অনুবাদক, নিম্ন বৰ্গৰ কেৰাণী আৰু অন্যান্য পদত মকৰলৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে।

মুঠ পদৰ সংখ্যা- ৬২ টা

অৰ্হতা- পদ অনুযায়ী ভিন্ন

আৱেদন প্ৰক্ৰিয়া- অনলাইন যোগে

সময়সীমা- ২৫জুন, ২০২১

আৱেদন মাছুল-

সাধাৰণ আৰু পিছপৰা শ্ৰেণীৰ বাবে: ৮৪০ টকা

মহিলা, পিছপৰা জাতি/জনজাতি, বিশেষ ভাৱে সক্ষম আৰু আৰ্থিক ভাৱে দুৰ্বল প্ৰাৰ্থীৰ বাবে: ৫০০ টকা

বিজ্ঞাপন সম্বন্ধীয় অধিক তথ্য জানিবৰ বাবে ক্লিক কৰক

আৱেদন কৰিবলৈ ক্লিক কৰক

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

0
Would love your thoughts, please comment.x
()
x