পৰ্যালোচনাসাময়িকী

অসম বিধানসভা নিৰ্বাচন ২০২১ ৰ ফলাফল

পঞ্চদশ অসম বিধানসভা নিৰ্বাচন তিনিটা পৰ্য্যায়ত অনুষ্ঠিত হৈছিল। আজি অৰ্থাৎ ২ মে’ৰ দিনাখন এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ল। অসমত প্ৰথম পৰ্য্যায়, দ্বিতীয় পৰ্য্যায় আৰু তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ক্ৰমে ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিল তাৰিখে। আজি ঘোষণা কৰা অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠনৰ পথ সুগম কৰে।

আজি ঘোষিত হোৱা অসম বিধানসভা নিৰ্বাচন , ২০২১ ৰ ফলাফল এনেধৰণৰ –

■ মিত্ৰজোঁট = ৭৫ খন

  • ভাৰতীয় জনতা পাৰ্টি(বিজেপি) = ৬০ খন
  • অসম গণ পৰিষদ(এজিপি)= ৯ খন
  • ইউ পি পি এল = ৬ খন

■ মহাজোঁট = ৫০ খন

  • কংগ্ৰেছ =  ২৯ খন
  • এ আই ইউ ডি এফ = ১৬ খন
  • বি পি এফ = ৪ খন
  • চি পি আই(এম) = ১ খন

  ■ ৰাইজৰ দল = ১ খন

পঞ্চদশ অসম বিধানসভা নিৰ্বাচন , ২০২১ৰ সম্পূৰ্ণ ফলাফল(সমষ্টি অনুসৰি) :-

প্ৰথম পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৪৭টা সমষ্টিৰ ফলাফল –

 সমষ্টিৰ নাম বিজয়ী প্ৰাৰ্থী দ্বিতীয় স্থানৰ প্ৰাৰ্থী
৭১ নং ঢেকীয়াজুলি অশোক সিংঘাল (বিজেপি) বেণুধৰ নাথ (কংগ্ৰেছ)
৭২ নং বৰছলা গণেশ কুমাৰ লিম্বু  (বিজেপি) ৰামপ্ৰসাদ শৰ্মা (কংগ্ৰেছ)
৭৩ নং তেজপুৰ পৃথ্বীৰাজ ৰাভা (এজিপি) অনুজ কুমাৰ মেছ (কংগ্ৰেছ)
৭৪ নং ৰঙাপাৰা কৃষ্ণকমল তাঁতী (বিজেপি)      অভিজিত হাজৰিকা (কংগ্ৰেছ)
৭৫ নং চটিয়া পদ্ম হাজৰিকা (বিজেপি) প্ৰাণেশ্বৰ বসুমতাৰী (কংগ্ৰেছ)
৭৬ নং বিশ্বনাথ প্ৰমোদ বৰঠাকুৰ (বিজেপি) অঞ্জন বৰা (কংগ্ৰেছ)
৭৭ নং বিহালী ৰঞ্জিত দত্ত (বিজেপি) জয়ন্ত বৰা(নিৰ্দলীয়)
৭৮ নং গহপুৰ  উৎপল বৰা (বিজেপি) ৰিপুন বৰা (কংগ্ৰেছ)
৮৩ নং ধিং আমিনুল ইছলাম (এআইইউডিএফ) মেহবুব মুখতাৰ (ৰাইজৰ দল)
৮৪ নং বটদ্ৰৱা শিৱামণি বৰা (কংগ্ৰেছ) আঙুৰলতা ডেকা (বিজেপি)
৮৫ নং ৰূপহীহাট নুৰুল হুদা (কংগ্ৰেছ) নাজিৰ হুছেইন (বিজেপি)
৮৮ নং চামগুৰি ৰকিবুল হুছেইন (কংগ্ৰেছ) অনিল শইকীয়া (বিজেপি)
৮৯ নং কলিয়াবৰ  কেশৱ মহন্ত (এজিপি) প্ৰশান্ত কুমাৰ শইকীয়া (কংগ্ৰেছ)
৯৩ নং বোকাখাট অতুল বৰা (এজিপি) প্ৰণৱ দলে (আঞ্চলিক গণমৰ্চা)
৯৪ নং সৰুপথাৰ বিশ্বজিত ফুকন (বিজেপি) ৰজলীনা তিৰ্কী (কংগ্ৰেছ)
৯৫ নং গোলাঘাট অজন্তা নেওগ (বিজেপি)  বিতোপন শইকীয়া (কংগ্ৰেছ)
৯৬ নং খুমটাই      মৃণাল শইকীয়া (বিজেপি) বিস্মিতা গগৈ (কংগ্ৰেছ)
৯৭ নং দেৰগাঁও ভৱেন্দ্ৰ নাথ ভঁৰালী(এজিপি) বাণী হাজৰিকা(কংগ্ৰেছ)
৯৮ নং যোৰহাট হিতেন্দ্ৰ নাথ গোস্বামী(বিজেপি) ৰানা গোস্বামী(কংগ্ৰেছ)
৯৯ নং মাজুলী সৰ্বানন্দ সোণোৱাল (বিজেপি) ৰাজীৱ লোচন পেগু (কংগ্ৰেছ)
১০০ নং তিতাবৰ ভাস্কৰ জ্যোতি বৰুৱা (কংগ্ৰেছ) হেমন্ত কলিতা (বিজেপি)
১০১ নং মৰিয়নী ৰূপজ্যোতি কুৰ্মী (কংগ্ৰেছ) ৰমণী তাঁতী (বিজেপি)
১০২ নং টীয়ক ৰেণুপমা ৰাজখোৱা (এজিপি)   পল্লৱী গগৈ (কংগ্ৰেছ)
১০৩ নং আমগুৰি প্ৰদীপ হাজৰিকা (এজিপি) অংকিতা দত্ত (কংগ্ৰেছ)
১০৪ নং নাজিৰা দেৱব্ৰত শইকীয়া (কংগ্ৰেছ) ময়ূৰ বৰগোঁহাই (বিজেপি)
১০৫ নং মাহমৰা যোগেন মহন (বিজেপি) সুৰুজ দিহিঙীয়া (কংগ্ৰেছ)
১০৬ নং সোনাৰি   ধৰ্মেশ্বৰ কোঁৱৰ (বিজেপি) সুশীল কুমাৰ চুড়ী (কংগ্ৰেছ)
১০৭ নং থাওৰা    সুশান্ত বৰগোঁহাই (কংগ্ৰেছ)    কুশল দুৱৰী (বিজেপি)
১০৮ নং শিৱসাগৰ  অখিল গগৈ (ৰাইজৰ দল)   সুৰভী ৰাজকুমাৰী (বিজেপি)
১০৯ নং বিহপুৰীয়া  অমিয় কুমাৰ ভূঞা (বিজেপি) ভূপেন বৰা (কংগ্ৰেছ)
১১০ নং নাওবৈছা       ভৰত নৰহ (কংগ্ৰেছ) আজিজুৰ ৰহমান (ৰাইজৰ দল)
১১১ নং লক্ষীমপুৰ মানৱ ডেকা (বিজেপি) জয়প্ৰকাশ দাস (কংগ্ৰেছ)
১১২ নং ঢকুৱাখানা    নৱ কুমাৰ দলে (বিজেপি) পদ্মলোচন দলে (কংগ্ৰেছ)
১১৩ নং ধেমাজি     ৰনোজ পেগু (বিজেপি) চিত্তৰঞ্জন বসুমতাৰী (এজেপি)
১১৪ নং জোনাই ভুৱন পেগু  (বিজেপি) হেমহৰি প্ৰসন্ন পেগু (কংগ্ৰেছ)
১১৫ নং মৰাণ চক্ৰধৰ গগৈ (বিজেপি) প্ৰাঞ্জল ঘাটোৱাৰ (কংগ্ৰেছ)
১১৬ নং ডিব্ৰুগড়   প্ৰশান্ত ফুকন (বিজেপি) ৰাজকুমাৰ নীলনেত্ৰ নেওগ (কংগ্ৰেছ)
১১৭ নং লাহোৱাল  বিনোদ হাজৰিকা (বিজেপি) মনোজ ধানোৱাৰ (কংগ্ৰেছ)
১১৮ নং দুলীয়াজান তেৰছ গোৱালা (বিজেপি) ধ্ৰুৱজ্যোতি গগৈ (কংগ্ৰেছ)
১১৯ নং টিংখং বিমল বৰা (বিজেপি)   এটোৱা মুণ্ডা (কংগ্ৰেছ)
১২০ নাহৰকটীয়া       তৰংগ গগৈ (বিজেপি)        প্ৰণতি ফুকন (কংগ্ৰেছ)
১২১ নং চাবুৱা পোনাকন বৰুৱা (এজিপি)   অজয় ফুকন (কংগ্ৰেছ)
১২২ নং তিনিচুকীয়া    সঞ্জয় কিষাণ (বিজেপি)   চমচেৰ সিং (এজেপি)
১২৩ নং ডিগবৈ        সুৰেন ফুকন (বিজেপি) শিৱনাথ চেতিয়া (কংগ্ৰেছ)
১২৪ নং মাৰ্ঘেৰিটা      ভাস্কৰ শৰ্মা (বিজেপি)   মনোৰঞ্জন বৰগোঁহাই (কংগ্ৰেছ)
১২৫ নং ডুমডুমা ৰূপেশ গোৱালা (বিজেপি) দুৰ্গা ভূমিজ (কংগ্ৰেছ)
১২৬ নং শদিয়া      বলীন চেতিয়া (বিজেপি)  লখিন চন্দ্ৰ চেতিয়া (কংগ্ৰেছ)

দ্বিতীয় পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৩৯টা সমষ্টিৰ ফলাফল –          

ৰাতাবাৰী        

বিজয়ী প্ৰাৰ্থীবিজয় মালাকাৰ (বিজেপি)     

দ্বিতীয় স্থানৰ প্ৰাৰ্থীশম্ভু সিং মাল্লা (কংগ্ৰেছ)

পাথাৰকান্দি     

বিজয়ী প্ৰাৰ্থী – কৃষ্ণেন্দু পাল(বিজেপি)        

দ্বিতীয় স্থানৰ প্ৰাৰ্থী- শচীন চাহু (কংগ্ৰেছ)

উত্তৰ কৰিমগঞ্জ  

বিজয়ী প্ৰাৰ্থী কমলাক্ষ দে পুৰকায়স্থ(কংগ্ৰেছ)  

দ্বিতীয় স্থানৰ প্ৰাৰ্থী-মানস দাস (বিজেপি)

দক্ষিণ কৰিমগঞ্জ   

বিজয়ী প্ৰাৰ্থী -ছিদ্দিক আহমেদ(কংগ্ৰেছ) 

দ্বিতীয় স্থানৰ প্ৰাৰ্থী-আজিজ আহমেদ খান(এজিপি)

বদৰপুৰ           

বিজয়ী প্ৰাৰ্থী আব্দুল আজিজ (এ আই ইউ ডি এফ)   

দ্বিতীয় স্থানৰ প্ৰাৰ্থী- বিশ্বৰূপ ভট্টাচাৰ্য (বিজেপি)

হাইলাকান্দি   

বিজয়ী প্ৰাৰ্থী -জাকিৰ হুছেইন লস্কৰ (এ আই ইউ ডি এফ) 

দ্বিতীয় স্থানৰ প্ৰাৰ্থী-মিলন দাস (বিজেপি)

কাতলিছেৰা    

বিজয়ী প্ৰাৰ্থী সুজামুদ্দিন লস্কৰ(এ আই ইউ ডি এফ) 

দ্বিতীয় স্থানৰ প্ৰাৰ্থী-সুব্ৰত কুমাৰ নাথ(বিজেপি)

আলগাপুৰ       

বিজয়ী প্ৰাৰ্থী -নিজামুদ্দিন চৌধুৰী(এ আই ইউ ডি এফ)   

দ্বিতীয় স্থানৰ প্ৰাৰ্থী-মুন স্বৰ্ণকাৰ(বিজেপি)

শিলচৰ        

বিজয়ী প্ৰাৰ্থী -দ্বৈপায়ন চক্ৰৱৰ্তী (বিজেপি)  

দ্বিতীয় স্থানৰ প্ৰাৰ্থী-তমালকান্তি বনিক(কংগ্ৰেছ)

সোনাই      

বিজয়ী প্ৰাৰ্থী -কৰিমুদ্দিন বৰভূঞা(এ আই ইউ ডি এফ) 

দ্বিতীয় স্থানৰ প্ৰাৰ্থী-আমিনুল হক লস্কৰ(বিজেপি)

ধলাই         

বিজয়ী প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য(বিজেপি)  

দ্বিতীয় স্থানৰ প্ৰাৰ্থী-কামাখ্যা প্ৰসাদ মাল্লা(কংগ্ৰেছ)

উদাৰবন্দ    

বিজয়ী প্ৰাৰ্থী -মিহিৰকান্তি সোম(বিজেপি)    

দ্বিতীয় স্থানৰ প্ৰাৰ্থী-অজিত সিং(কংগ্ৰেছ)

লক্ষীপুৰ      

বিজয়ী প্ৰাৰ্থী -কৌশিক ৰায় (বিজেপি)        

দ্বিতীয় স্থানৰ প্ৰাৰ্থী- মুকেশ পাণ্ডে(কংগ্ৰেছ)

বৰখলা     

বিজয়ী প্ৰাৰ্থী মিচবাউল ইছলাম লস্কৰ (কংগ্ৰেছ)

দ্বিতীয় স্থানৰ প্ৰাৰ্থী-অমলেন্দু দাস(বিজেপি)

কাটিগড়া    

বিজয়ী প্ৰাৰ্থী -খলীল উদ্দিন লস্কৰ(কংগ্ৰেছ)      

দ্বিতীয় স্থানৰ প্ৰাৰ্থী-গৌতম ৰয়(বিজেপি)

হাফলং    

বিজয়ী প্ৰাৰ্থী নন্দিতা  গাৰলোচা(বিজেপি)     

দ্বিতীয় স্থানৰ প্ৰাৰ্থী- নিৰ্মল লাংথাছা(কংগ্ৰেছ)

বোকাজান  

বিজয়ী প্ৰাৰ্থী -ডাঃ নোমল মমিন(বিজেপি)        

দ্বিতীয় স্থানৰ প্ৰাৰ্থী- ৰতন ইংতি(কংগ্ৰেছ)

হাওৰাঘাট      

বিজয়ী প্ৰাৰ্থী -দৰসিং ৰংহাং(বিজেপি)         

দ্বিতীয় স্থানৰ প্ৰাৰ্থী-সঞ্জীৱ টেৰণ(কংগ্ৰেছ)

ডিফু           

 বিজয়ী প্ৰাৰ্থী- বিদ্যাছিং ইংলেঙ(বিজেপি)     

দ্বিতীয় স্থানৰ প্ৰাৰ্থী- চুম’ ৰংহাং(কংগ্ৰেছ)  

বৈঠলাংছ’      

বিজয়ী প্ৰাৰ্থী -ৰূপসিং টেৰণ(বিজেপি)       

দ্বিতীয় স্থানৰ প্ৰাৰ্থী- আগষ্টিন ইংহে (কংগ্ৰেছ)

কমলপুৰ       

বিজয়ী প্ৰাৰ্থী – দিগন্ত কলিতা(বিজেপি)       

দ্বিতীয় স্থানৰ প্ৰাৰ্থী- কিশোৰ ভট্টাচাৰ্য্য(কংগ্ৰেছ)

ৰঙিয়া          

বিজয়ী প্ৰাৰ্থী ভৱেশ কলিতা(বিজেপি)   

দ্বিতীয় স্থানৰ  প্ৰাৰ্থী- ভগৱান দেৱ মিশ্ৰ(কংগ্ৰেছ)

নলবাৰী         

বিজয়ী প্ৰাৰ্থী -জয়ন্ত মল্ল বৰুৱা(বিজেপি)    

দ্বিতীয় স্থানৰ প্ৰাৰ্থী- প্ৰদ্যুত কুমাৰ ভূঞা(কংগ্ৰেছ)

পানেৰী         

বিজয়ী প্ৰাৰ্থী – বিশ্বজিত দৈমাৰী(বিজেপি)    

দ্বিতীয় স্থানৰ প্ৰাৰ্থী-কৰুণাকান্ত  স্বৰ্গীয়াৰী(বি পি এফ)

কলাইগাঁও      

বিজয়ী প্ৰাৰ্থী -দুৰ্গাদাস বড়ো(বি পি এফ)     

দ্বিতীয় স্থানৰ প্ৰাৰ্থী- মধুৰাম ডেকা(বিজেপি)

ছিপাঝাৰ        

বিজয়ী প্ৰাৰ্থী -পৰমানন্দ ৰাজবংশী(বিজেপি) 

দ্বিতীয় স্থানৰ প্ৰাৰ্থী-কুলদ্বীপ বৰুৱা(কংগ্ৰেছ)

মঙ্গলদৈ        

বিজয়ী প্ৰাৰ্থী -বসন্ত দাস (কংগ্ৰেছ)        

দ্বিতীয় স্থানৰ প্ৰাৰ্থী-গুৰুজ্যোতি দাস(বিজেপি)

দলগাঁও        

বিজয়ী প্ৰাৰ্থী -মজিবুৰ ৰহমান(এ আই ইউ ডি এফ)   

দ্বিতীয় স্থানৰ প্ৰাৰ্থী-ইলিয়াছ আলী(কংগ্ৰেছ)

ওদালগুৰি   

বিজয়ী প্ৰাৰ্থী -গোবিন্দ চন্দ্ৰ বসুমতাৰী(ইউ পি পি এল) 

দ্বিতীয় স্থানৰ প্ৰাৰ্থীৰিহন দৈমাৰী(বি পি এফ)

মাজবাট     

বিজয়ী প্ৰাৰ্থী – চৰণ বড়ো(বি পি এফ)    

দ্বিতীয় স্থানৰ প্ৰাৰ্থী-জিতু কিষাণ(বিজেপি)

জাগীৰোড  

বিজয়ী প্ৰাৰ্থী – পীয়ুষ হাজৰিকা(বিজেপি)   

দ্বিতীয় স্থানৰ প্ৰাৰ্থী- স্বপন কুমাৰ মণ্ডল(কংগ্ৰেছ)

মৰিগাঁও      

বিজয়ী প্ৰাৰ্থী -ৰমাকান্ত দেউৰী(বিজেপি)   

দ্বিতীয় স্থানৰ প্ৰাৰ্থী- বাণীকান্ত দাস(এজেপি)

লাহৰীঘাট   

বিজয়ী প্ৰাৰ্থী – আছিফ মহম্মদ নাজাৰ(কংগ্ৰেছ)   

দ্বিতীয় স্থানৰ প্ৰাৰ্থী- কাদিৰুদ্দিন জিন্না(বিজেপি)

ৰহা           

বিজয়ী প্ৰাৰ্থী -শশীকান্ত দাস(কংগ্ৰেছ)         

দ্বিতীয় স্থানৰ প্ৰাৰ্থী- বিষ্ণু দাস(বিজেপি)

নগাঁও        

বিজয়ী প্ৰাৰ্থী – ৰূপক শৰ্মা(বিজেপি)         

দ্বিতীয় স্থানৰ প্ৰাৰ্থী-শান্তনু শৰ্মা(কংগ্ৰেছ)

বৰহমপুৰ    

বিজয়ী প্ৰাৰ্থী – জিতু গোস্বামী(বিজেপি)      

দ্বিতীয় স্থানৰ প্ৰাৰ্থী- সুৰেশ বৰা(কংগ্ৰেছ)

যমুনামুখ     

বিজয়ী প্ৰাৰ্থী – চিৰাজুদ্দিন আজমল(এ আই ইউ ডি এফ)  

দ্বিতীয় স্থানৰ প্ৰাৰ্থীচাদিক উল্লাহ ভূঞা(এজিপি)

হোজাই      

বিজয়ী প্ৰাৰ্থী – ৰামকৃষ্ণ ঘোষ(বিজেপি)        

দ্বিতীয় স্থানৰ প্ৰাৰ্থী- দেৱব্ৰত সাহা(কংগ্ৰেছ)

লামডিং      

বিজয়ী প্ৰাৰ্থী – শিবু মিশ্ৰ(বিজেপি)       

দ্বিতীয় স্থানৰ প্ৰাৰ্থী- স্বপন কৰ(কংগ্ৰেছ)

অসম বিধানসভাৰ তৃতীয় পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৪০ টা সমষ্টিৰ ফলাফল :-

মানকাছাৰ

বিজয়ী- আমিনুল ইছলাম (এআইইউডিএফ)

দ্বিতীয় স্থান- জাবেদ ইছলাম(অগপ)

দক্ষিণ শালমাৰা

বিজয়ী- ৱাজেদ আলী চৌধুৰী(কংগ্ৰেছ)

দ্বিতীয় স্থান-নুৰুল ইছলাম(নিৰ্দলীয়)

ধুবুৰী

বিজয়ী-নজৰুল হক(এ আই ইউ ডি এফ)

দ্বিতীয় স্থান- দেবময় সান্যাল(বিজেপি)

গৌৰীপুৰ

বিজয়ী-নিজানুৰ ৰহমান(এ আই ইউ ডি এফ)

দ্বিতীয় স্থান-বনেন্দ্ৰ কুমাৰ মুছাহাৰী(বিজেপি)

গোলকগঞ্জ

বিজয়ী-আব্দুছ চবাহান আলি চৰকাৰ(কংগ্ৰেছ)

দ্বিতীয় স্থান- অশ্বিনী ৰায় চৰকাৰ(বিজেপি)

পশ্চিম বিলাসীপাৰা

বিজয়ী- হাফিজ বছিৰ আহমেদ(এ আই ইউ ডি এফ)

দ্বিতীয় স্থান-আবু বক্কৰ ছিদ্দিকী(বিজেপি)

পূৱ বিলাসীপাৰা

বিজয়ী- চামচুল হুদা(এ আই ইউ ডি এফ)

দ্বিতীয় স্থান-অশোক কুমাৰ সিংহী(বিজেপি)

গোঁসাইগাঁও

বিজয়ী-মাজেন্দ্ৰ নাৰ্জাৰী(বি পি এফ)

দ্বিতীয় স্থান- সোমনাথ নাৰ্জাৰী(ইউ পি পি এল)

কোকৰাঝাৰ পশ্চিম

বিজয়ী- ৰবিৰাম নাৰ্জাৰী(বিপিএফ)

দ্বিতীয় স্থান-মনোৰঞ্জন ব্ৰহ্ম(ইউ পি পি এল)

কোকৰাঝাৰ পূৱ

বিজয়ী-লৰেঞ্চ ইছলাৰী (ইউ পি পি এল)

দ্বিতীয়স্থান- প্ৰমীলাৰাণী ব্ৰহ্ম(বিপিএফ)

চিদলী

বিজয়ী-জয়ন্ত বসুমতাৰী(ইউ পি পি এল)

দ্বিতীয় স্থান-চন্দন ব্ৰহ্ম(বিপিএফ)

বঙাইগাঁও

বিজয়ী- ফণীভূষণ চৌধুৰী(অগপ)

দ্বিতীয় স্থান-শংকৰ প্ৰসাদ(কংগ্ৰেছ)

বিজনী

বিজয়ী-অজয় কুমাৰ ৰয়(বিজেপি)

দ্বিতীয় স্থান-কমল সিং নাৰ্জাৰী (বিপিএফ)

উত্তৰ অভয়াপুৰী

বিজয়ী-আব্দুল বাতিন খন্দাকাৰ(কংগ্ৰছ)

দ্বিতীয় স্থান-ভূপেন ৰয়(এজিপি)

দক্ষিণ অভয়াপুৰী

বিজয়ী-প্ৰদীপ চৰকাৰ(কংগ্ৰছ)

দ্বিতীয় স্থান-পূৰ্ণেন্দু বাণিক্য(অগপ)

দুধনৈ

বিজয়ী- যাদৱ স্বৰ্গীয়াৰী(কংগ্ৰেছ)

দ্বিতীয় স্থান-শ্যামজিত্‍ ৰাভা(বিজেপি)

পূৱ গোৱালপাৰা

বিজয়ী-আব্দুল কালাম ৰচিদ আলম(কংগ্ৰেছ)

দ্বিতীয়-জ্যোতিষ দাস(এজিপি)

পশ্চিম গোৱালপাৰা

বিজয়ী-আব্দুৰ ৰচিদ মণ্ডল(কংগ্ৰেছ)

দ্বিতীয়-শ্বেখ শ্বাহ আলম(অগপ)

জলেশ্বৰ

বিজয়ী-আফটাবুদ্দিন মুল্লাহ(কংগ্ৰেছ)

দ্বিতীয় স্থান-ওচমান গনি(বিজেপি)

সৰভোগ

বিজয়ী- মনোৰঞ্জন তালুকদাৰ(চিপিআই(এম))

দ্বিতীয় স্থান-শংকৰ চন্দ্ৰ দাস(বিজেপি)

ভৱানীপুৰ

বিজয়ী-ফণী তালুকদাৰ(এআইইউডিএফ)

দ্বিতীয়-ৰঞ্জিত ডেকা (এজিপি)

পাটাছাৰকুছি

বিজয়ী- ৰঞ্জিত দাস(বিজেপি)

দ্বিতীয় স্থান-শান্তনু শৰ্মা(কংগ্ৰেছ)

বৰপেটা

বিজয়ী- আব্দুৰ ৰহিম আহমেদ(কংগ্ৰেছ)

দ্বিতীয় স্থান-গুণীন্দ্ৰ নাথ দাস(অগপ)

জনিয়া

বিজয়ী-ৰফিকুল ইছলাম (এআইইউডিএফ)

দ্বিতীয় স্থান-ছাহিদুল ইছলাম (বিজেপি)

বাঘবৰ

বিজয়ী- শ্বেৰমান আলী আহমেদ(কংগ্ৰেছ)

দ্বিতীয়-ৰাজীৱ আহমেদ(এ আই ইউ ডিএফ)

সৰুক্ষেত্ৰী

বিজয়ী-জাকিৰ হুছেইন চিকদাৰ(কংগ্ৰেছ)

দ্বিতীয়-কল্পনা পাটোৱাৰী(অগপ)

চেঙা

বিজয়ী-আশ্ৰাফুল হুছেইন(এ আই ইউ ডিএফ)

দ্বিতীয়- ৰবিউল হুছেইন(অগপ)

বকো

বিজয়ী- নন্দিতা দাস(কংগ্ৰেছ)

দ্বিতীয় স্থান- জ্যোতি প্ৰসাদ দাস(অগপ)

ছয়গাঁও

বিজয়ী- ৰেকিবুদ্দিন আহমেদ(কংগ্ৰেছ)

দ্বিতীয় স্থান-কমলা কলিতা(অগপ)

পলাশবাৰী

বিজয়ী-হেমাংগ ঠাকুৰীয়া(বিজেপি)

দ্বিতীয় স্থান- পংকজলোচন গোস্বামী(অগপ)

জালুকবাৰী

বিজয়ী- হিমন্ত বিশ্ব শৰ্মা(বিজেপি)

দ্বিতীয় স্থান-ৰমেন বৰঠাকুৰ(কংগ্ৰেছ)

দিছপুৰ

বিজয়ী-অতুল বৰা( বিজেপি)

দ্বিতীয় স্থান-মণজিত মহন্ত(কংগ্ৰেছ)

পশ্চিম গুৱাহাটী

বিজয়ী-ৰমেন্দ্ৰ নাৰায়ণ কলিতা(অগপ)

দ্বিতীয় স্থান-মীৰা বৰঠাকুৰ(কংগ্ৰেছ)

পূৱ গুৱাহাটী

বিজয়ী- সিদ্ধাৰ্থ ভট্টাচাৰ্য(বিজেপি)

দ্বিতীয় স্থান-অসীমা বৰদলৈ(কংগ্ৰেছ)

হাজো

বিজয়ী- সুমন হৰিপ্ৰিয়া(বিজেপি)

দ্বিতীয় স্থান-দুলু আহমেদ(অজাপ)

তামুলপুৰ

বিজয়ী-লেহুৰাম বড়ো(ইউ পি পি এল)

দ্বিতীয়-ৰংগা খুংগুৰ বসুমতাৰী(বিজেপি)

বৰক্ষেত্ৰী

বিজয়ী-দিগন্ত বৰ্মন(কংগ্ৰেছ)

দ্বিতীয়-নাৰায়ণ ডেকা (বিজেপি)

ধৰ্মপুৰ

বিজয়ী-চন্দ্ৰমোহন পাটোৱাৰী(বিজেপি)

দ্বিতীয়-ৰাতুল পাটোৱাৰী(কংগ্ৰেছ)

বৰমা

বিজয়ী-ভূপেন বড়ো (ইউ পি পি এল)

দ্বিতীয়-প্ৰবীণ বড়ো (বিপিএফ)

চাপাগুৰি

বিজয়ী-উৰ্খাও গোড়া ব্ৰহ্ম(ইউ পি পি এল)

দ্বিতীয়-হিতেশ বসুমতাৰী(বিপিএফ)

আৰু পঢ়ক পঞ্চদশ অসম বিধানসভা নিৰ্বাচন

0 0 votes
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] আৰু পঢ়ক পঞ্চদশ অসম বিধানসভা নিৰ্বাচনৰ ফলাফল […]

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

1
0
Would love your thoughts, please comment.x
()
x