পৰ্যালোচনাসাময়িকী

অসমত কোভিড-১৯ ভেকচিনৰ বাবে অনলাইন পঞ্জীয়ন কেনেদৰে কৰিব?

কোভিড-19 ৰ ভয়াৱহ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ১৮-৪৪ বছৰ বয়সৰ সকলো ভাৰতীয় নাগৰিকক টিকাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উদ্দেশ্যৰ বাবে ১৮ বছৰৰ অধিক বয়সৰ সকলোৰে বাবে কোভিড-19 সংক্ৰমণৰ বিৰুদ্ধে টিকাকৰণৰ বাবে পঞ্জীয়ন যোৱা ২৮ এপ্ৰিলৰ আবেলি ৪ বজাত কো-উইন পৰ্টেল আৰু আৰোগ্য সেতু এপত আৰম্ভ হৈছে।  

চৰকাৰে ১৮-৪৪ বছৰ বয়সৰ লোকসকলৰ বাবেও কো-উইন পৰ্টেল, আৰোগ্য সেতু এপ আৰু উমাংগ এপত নিজকে পঞ্জীয়ন কৰা আৰু টিকাকৰণৰ বাবে এপইণ্টমেণ্ট লোৱাটো বাধ্যতামূলক কৰিছে। আৰু বৰ্তমান সকলোৱে এই এপইণ্টমেণ্ট ল’ব পাৰে।

যোগ্য নাগৰিকসকলে এতিয়া চৰকাৰৰ কো-উইন পৰ্টেল বা যোৱা বছৰ মুকলি কৰা আৰোগ্য সেতু এপৰ জৰিয়তে তেওঁলোকৰ ভেকচিন লবলৈ শ্লট অনলাইন বুক কৰিব পাৰে।

■ কোভিদ 19ৰ ভেকচিনৰ পঞ্জীয়নৰ বাবে মাচুল লাগিব নেকি?

  • কোভিদ 19 ৰ ভেকচিনৰ বাবে পঞ্জীয়ন কৰিবলৈ কোনো মাচুলৰ প্ৰয়োজন নহয়।

■ এটা মোবাইল নম্বৰৰ পৰা কেইজনে ভেকচিনৰ বাবে পঞ্জীয়ন কৰিব পাৰিব?

  • ভেকচিনৰ অনলাইন পঞ্জীয়নৰ বাবে সকলোৰে এটা সক্ৰিয় মোবাইল নম্বৰ থাকিব লাগিব।  এটা মোবাইল নম্বৰৰ পৰা কেৱল সৰ্বাধিক 4 জন ব্যক্তিয়েহে কোভিদ ১৯ ৰ ভেকচিনৰ বাবে পঞ্জীয়ন কৰিব লাগিব।

■ কোভিদ 19 ৰ ভেকচিনৰ পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰঃ

টিকাকৰণ কৰিবলৈ হ’লে, সকলো ব্যক্তিয়ে নিম্নলিখিত নথিপত্ৰবোৰৰ যিকোনো এটা নথি-পত্ৰ প্ৰদৰ্শন কৰি কোভিদ ১৯ ৰ ভেকচিন ল’ব পাৰিব –

১) আধাৰ কাৰ্ড

২) ড্ৰাইভিং লাইচেঞ্চ

৩) পেন কাৰ্ড

৪) পাছপোৰ্ট

৫) পেঞ্চন পাছবুক

৬) এনপিআৰ স্মাৰ্ট কাৰ্ড

৭) ভোটাৰ পৰিচয় পত্ৰ (ইপিআইচি)

কো-উইন পৰ্টেল, আৰোগ্য সেতু এপ আৰু উমাংগ এপৰ বাবে ১৮ বছৰৰ অধিক বয়সৰ লোকসকলৰ  বাবে পঞ্জীয়ন যোৱা ২৮ এপ্ৰিলৰ আবেলি ৪ বজাৰ পৰা আৰম্ভ হৈছে। ৰাজ্য চৰকাৰৰ কেন্দ্ৰ আৰু ব্যক্তিগত চিকিৎসালয়ৰ কেন্দ্ৰসমূহত পঞ্জীয়নভুক্ত নাগৰিকসকলে ভেকচিন লব পাৰিব।

■ কোভিদ-19 ৰ ভেকচিনৰ বাবে অসমৰ নাগৰিকসকলে কিদৰে পঞ্জীয়ন কৰিব লাগিব –

কো-উইন পৰ্টেল ৰ জৰিয়তে :-

১) আপোনাৰ ম’বাইল নম্বৰ দাখিল কৰক।

২) আপোনাৰ মোবাইললৈ SMS যোগে অহা OTP টো নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰদান কৰক আৰু ভেৰিফাইত ক্লিক কৰক।

৩) আপোনাৰ পৰিচয় পত্ৰৰ নম্বৰ আৰু আন আন লাগতিয়াল তথ্য প্ৰদান কৰক।

৪) আপোনাৰ টিকাকৰণ কৰিবলৈ আপোনাৰ পচন্দৰ কেন্দ্ৰ আৰু ১ মে’ৰ পৰৱৰ্তী যিকোনো তাৰিখ নিৰ্ধাৰণ কৰক।

আৰোগ্য সেতু এপ ৰ জৰিয়তে :-

১) ভেকছিনৰ বাবে পঞ্জীয়ন কৰিবলৈ, আপুনি প্ৰথমে এপটো খুলিব লাগিব আৰু তাৰ পিছত হোম স্ক্ৰীণত উপলব্ধ কো-উইন টেবত ক্লিক কৰিব লাগিব।

২) ‘টিকাকৰণ পঞ্জীয়ন’ বাছনি কৰক আৰু তাৰ পিছত আপোনাৰ ফোন নম্বৰ দাখিল কৰক, তাৰ পিছত মোবাইললৈ SMS যোগে অহা OTP সময়মতে দাখিল কৰক। ভেৰিফাইত ক্লিক কৰক আৰু তাৰ পিছত আপোনাক পঞ্জীয়ন পৃষ্ঠালৈ নিৰ্দেশিত কৰা হ’ব।

৩) পঞ্জীয়ন কৰিবলৈ ওপৰত উল্লেখ কৰা একে পদক্ষেপ অনুসৰণ কৰক।

ভেকচিন প্ৰদানৰ এপইণ্টমেণ্টৰ দিনা, এপইণ্টমেণ্ট বুক কৰাৰ সময়ত ব্যৱহৃত এপইণ্টমেণ্ট শ্লিপ আৰু আপুনি আগতে দাখিল কৰা আপোনাৰ নিৰ্দিষ্ট পৰিচয় পত্ৰ লৈ ভেকচিন প্ৰদান কৰা কেন্দ্ৰত উপস্থিত হ’ব।

■ কোভিদ 19 ৰ ভেকচিন লোৱাৰ বিষয়ে অধিক জানিবলৈ ভাৰত চৰকাৰে দুটা নম্বৰ মুকলি কৰিছে। সেই নম্বৰকেইটা হ’ল-

1075 (টোল ফ্রী) আৰু  01123978046

■ কোভিদ 19ৰ ভেকচিনৰ পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় লিংক –

ভেকচিনৰ ৰেজিষ্ট্ৰেচনৰ বাবে ক্লিক কৰক

অফিচিয়েল ৱেবচাইট

আৰু পঢ়ক স্বৰ্গদেউ চুজাংফা, চুফকফা আৰু চুচেনফা

0 0 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Having Upadhyaya
3 years ago

কোভিড ভেকচিনৰ প্ৰভাৱ, দেহত এন্টিবডী গঠন আৰু ইয়াৰ আনুসংগিক দিশ সমূহৰ বিষয়ে জানিবলৈ আমি লিখা তথ্য ভিত্তিক লিখনি পঢ়ি চাব পাৰে। আৰু লগতে বিজ্ঞজনে ভুল ত্ৰুটী আঙুলিয়াই দিলে নথৈ কৃতাৰ্থ হওঁ। https://dehabarta.blogspot.com

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

2
0
Would love your thoughts, please comment.x
()
x