নিয়োগ বাৰ্তাসাময়িকী

ৰাজ্যত পুনৰ শিক্ষকৰ পদ মুকলি

প্ৰাথমিক শিক্ষা সঞ্চালকালয়,অসমৰ  ৩৯৪১ টা নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ পদত নিযুক্তি,২০২০

   অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে শিক্ষক নিযুক্তিৰ এটা নটিফিকেচন জাৰি কৰিছে। উক্ত নটিফিকেচন অনুসৰি ৰাজ্যৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ ৩,৯৪১ টা পদৰ বাবে আবেদনৰ গোহাৰি জনাইছে।নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পদসমূহ সহকাৰী শিক্ষকৰ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পদবোৰ সহকাৰী শিক্ষক,বিজ্ঞান শিক্ষক,অসমীয়া ভাষাৰ শিক্ষক আৰু মণিপুৰী ভাষাৰ শিক্ষকৰ।যোগ্যতাসম্পন্ন প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰে।

■ অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ শিক্ষক নিযুক্তি,২০২০::

◆ পদসমূহৰ নাম –

১) সহকাৰী শিক্ষক(নিম্ন প্ৰাথমিক)

২) সহকাৰী শিক্ষক(উচ্চ প্ৰাথমিক)

৩) বিজ্ঞান শিক্ষক(উচ্চ প্ৰাথমিক)

৪) অসমীয়া ভাষাৰ শিক্ষক(উচ্চ প্ৰাথমিক)

৫) মণিপুৰী ভাষাৰ শিক্ষক(উচ্চ প্ৰাথমিক)

◆ সৰ্বমুঠ পদৰ সংখ্যা – ৩,৯৪১ টা

■ যোগ্যতাৰ মাপকাঠি::

◆ সহকাৰী শিক্ষক(নিম্ন প্ৰাথমিক)::

১) নূন্যতম ৫০ শতাংশ নম্বৰসহ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ হ’ব লাগিব আৰু B. Ed. বা D. El. Ed. ডিগ্ৰী থাকিব লাগিব।

২) অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে অনুষ্ঠিত কৰা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ যোগ্যতা পৰীক্ষা(টেট) উত্তীৰ্ণ হ’ব লাগিব।

◆ সহকাৰী শিক্ষক(উচ্চ প্ৰাথমিক)::

১) বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যিকোনো মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী উত্তীৰ্ণ হ’ব লাগিব আৰু লগতে D. El. Ed., B. Ed. বা D. Ed. ডিগ্ৰী থাকিব লাগিব।

২) অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে অনুষ্ঠিত কৰা উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ যোগ্যতা পৰীক্ষা(টেট) উত্তীৰ্ণ হ’ব লাগিব।

◆ বিজ্ঞান শিক্ষক(উচ্চ প্ৰাথমিক)::

১) বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যিকোনো মহাবিদ্যালয়ৰ পৰা বিজ্ঞানত স্নাতক ডিগ্ৰী উত্তীৰ্ণ হ’ব লাগিব আৰু লগতে D. El. Ed., B. Ed. বা D. Ed. ডিগ্ৰী থাকিব লাগিব।

২) অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে অনুষ্ঠিত কৰা উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ যোগ্যতা পৰীক্ষা(টেট) উত্তীৰ্ণ হ’ব লাগিব।

◆ অসমীয়া ভাষাৰ শিক্ষক::

১) বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যিকোনো মহাবিদ্যালয়ৰ পৰা অসমীয়াক এটা বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী উত্তীৰ্ণ হ’ব লাগিব আৰু লগতে D. El. Ed., B. Ed. বা D. Ed. ডিগ্ৰী থাকিব লাগিব।

২) অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে অনুষ্ঠিত কৰা উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ যোগ্যতা পৰীক্ষা(টেট) উত্তীৰ্ণ হ’ব লাগিব।

◆ মণিপুৰী ভাষাৰ শিক্ষক::

১) বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যিকোনো মহাবিদ্যালয়ৰ পৰা মণিপুৰীক এটা বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী উত্তীৰ্ণ হ’ব লাগিব আৰু লগতে D. El. Ed., B. Ed. বা D. Ed. ডিগ্ৰী থাকিব লাগিব।

২) অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে অনুষ্ঠিত কৰা উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ যোগ্যতা পৰীক্ষা(টেট) উত্তীৰ্ণ হ’ব লাগিব।

■ আবেদনকাৰীসকলৰ বয়সৰ সীমা::

   সাধাৰণ শ্ৰেণীৰ বাবে আবেদনকাৰীৰ বয়স ১৮ বছৰতকৈ কম আৰু ৪০ বছৰতকৈ অধিক হ’ব নোৱাৰিব।আবেদনকাৰী পূৰ্বৰ চাকৰিয়াল হ’লে ৪২ বছৰলৈ,OBC/MOBC হ’লে ৪৩ বছৰলৈ,ST/SC হ’লে ৪৫ বছৰলৈ আৰু বিশেষভাৱে সক্ষম লোক হলে বাবে ৫০  বছৰলৈকে আবেদন কৰিব পাৰিব।

■ দা-দৰমহা::

১) সহকাৰী শিক্ষক(নিম্ন প্ৰাথমিক)::পে বেণ্ড ২ – ১৪০০০ ৰ পৰা ৬০,৫০০লৈ

২) সহকাৰী শিক্ষক(উচ্চ প্ৰাথমিক)::পে বেণ্ড ২ – ১৪০০০ ৰ পৰা ৬০,৫০০লৈ

 ■ কেনেকৈ আবেদন কৰিব::

যোগ্যতাসম্পন্ন আবেদকসকলে প্ৰাথমিক শিক্ষা সঞ্চালকালয়(DEE)ৰ অফিচিয়েল ৱেবছাইটৰ লিংকত গৈ অনলাইন আবেদন কৰিব লাগিব। অফলাইন আবেদন গ্ৰহণ কৰা নহয়।

■ ইয়াত আবেদন কৰিবলৈ প্ৰয়োজন হোৱা নথি-পত্ৰ(সকলো ৰঙীন ফটো আপলোড কৰিব লাগিব)::

১) পাছপোর্ট ফটো

২) উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ মাৰ্কছিট আৰু চাৰ্টিফিকেট।

৩) স্নাতক ডিগ্ৰীৰ মাৰ্কছিট আৰু চাৰ্টিফিকেট।

৪) B Ed./D. El. Ed. ৰ মাৰ্কছিট আৰু চাৰ্টিফিকেট।

৫) জাতিৰ প্ৰমানপত্ৰ।

৬) টেট পৰীক্ষাৰ উত্তীৰ্ণৰ মাৰ্কছিট আৰু চাৰ্টিফিকেট

৭) চাইন

৮) নিৰ্দিষ্ট কৰ্তৃপক্ষই দিয়া EWS চাৰ্টিফিকেট।

■ গুৰুত্বপূৰ্ণ দিন:

◆ আৰম্ভণি দিন :: ১২-০৯-২০২০

◆ অন্তিম দিন::২৬-০৯-২০২০ ৰ মাজনিশা

আবেদকসকলে তলৰ লিংকত গৈ আবেদন  কৰিব পাৰিব।

আবেদন কৰক

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

0
Would love your thoughts, please comment.x
()
x