তথ্যকোষভাৰতীয় সংবিধানসাময়িকী

ভাৰতীয় সংবিধান : সম্পূৰ্ণ অসমীয়া অনুবাদ (১)

ভাৰতীয় সংবিধান হৈছে প্ৰত্যেকজন ভাৰতীয়ৰ বাবে পঢ়িব লগা প্ৰথমখন কিতাপ। মুঠ ২২টা ভাগত বিভক্ত ভাৰতীয় সংবিধান খনত ৩৯৫ টা অনুচ্ছেদ আৰু ১২ টা অনুসূচী আছে। ইয়াক বিশ্বৰ আটাইতকৈ দীঘল লিখিত সংবিধান বুলি কোৱা হয়। ভাৰতীয় সংবিধান খন অসমীয়া ভাষাত বিচাৰিলে সহজতে উপলব্ধ নহয়। সেয়ে অসমীয়া পাঠকসকলৰ মনৰ চাহিদা পূৰণৰ বাবে ইয়াৰ সম্পূৰ্ণ অসমীয়া অনুবাদ ‘সাৰথি’ ৰ দ্বাৰা খণ্ড খণ্ডকৈ আগবঢ়োৱা হৈছে। 

ভাৰতৰ সংবিধান

প্ৰস্তাৱনা

আমি ভাৰতৰ লােক সমূহে ভাৰতক এখন সার্বভৌম সমাজবাদী ধর্মনিৰপেক্ষ লােকতান্ত্রিক গণৰাজ্য  ৰূপে গঠন কৰিবলৈ,তথা ইয়াৰ সকলাে নাগৰিকৰ বাবে-

সামাজিক,অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায় ;

চিন্তা, অভিব্যক্তি, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা ;

প্রতিষ্ঠা আৰু সুযােগৰ সমতা লাভ কৰিবলৈ আৰু 

তেওঁলােকৰ সকলােৰে মাজত – ব্যক্তিৰ মৰ্য্যাদা তথা জাতীয় ঐক্য আৰু সংহতি সুনিশ্চিতকাৰী ভাতৃত্বভাৱ বৃদ্ধি কৰিবলৈ 

নিষ্ঠা সহকাৰে সংকল্প কৰি– 

আমাৰ এই সংবিধান সভাত আজি ১৯৪৯ চনৰ নবেম্বৰ মাহৰ ষষ্ঠবিংশ দিৱসত ইয়াৰ দ্বাৰা এই সংবিধান গ্ৰহণ কৰিছোঁ,অধিনিয়মিত কৰিছোঁ আৰু নিজতে অৰ্পণ কৰিছোঁ । 

প্রথম ভাগ 

সংঘ আৰু ইয়াৰ ৰাজ্যক্ষেত্র 

অনুচ্ছেদ ১- সংঘৰ নাম আৰু ৰাজ্যক্ষেত্ৰ

(১) ইণ্ডিয়া অর্থাৎ ভাৰত ৰাজ্য সমূহৰ এটি সংঘ হ’ব।  

(২) ৰাজ্যসমূহ আৰু তাৰ ৰাজ্যক্ষেত্র সমূহ প্রথম অনুসূচীত বিনির্দিষ্ট কৰাৰ দৰেই হ’ব ।  

(৩) ভাৰতৰ ৰাজ্যক্ষেত্ৰত – 

(ক) ৰাজ্যসমূহৰ ক্ষেত্ৰবােৰ ; 

(খ) প্রথম অনুসূচীত বিনির্দিষ্ট সংঘ ৰাজ্যক্ষেত্র সমূহ ; আৰু 

(গ) অর্জিত হব পৰা এনে যিকোনাে ৰাজ্যক্ষেত্র সন্নিবিষ্ট হ’ব । 

অনুচ্ছেদ ২- নতুন ৰাজ্যৰ অন্তৰ্ভুক্তি বা গঠন- 

সংসদে যি নিবন্ধন আৰু চৰ্ত্ত উচিত বিবেচনা কৰে সেই নিবন্ধন আৰু চৰ্ততে বিধিৰ দ্বাৰা সংঘত নতুন ৰাজ্য ভৰ্ত্তি কৰিব বা গঠন কৰিব পাৰিব । 

অনুচ্ছেদ ৩- নতুন ৰাজ্যৰ গঠন আৰু বিদ্যমান ৰাজ্যৰ নাম,সীমা বা ক্ষেত্ৰৰ সাল-সলনি-

সংসদে বিধিৰ দ্বাৰা-

(ক) কোনাে ৰাজ্যৰ পৰা ৰাজ্যক্ষেত্র ছেদ কৰি আনি বা দুখন বা ততােধিক ৰাজ্য বা ৰাজ্যাংশ লগ লগাই নাইবা কোনাে ৰাজ্যক্ষেত্র কোনাে ৰাজ্যাংশৰ লগত সংযােজন কৰি নতুন ৰাজ্য গঠন কৰিব পাৰে। 

(খ) কোনাে ৰাজ্যৰ ক্ষেত্র বৃদ্ধি কৰিব পাৰে ; 

(গ) কোনাে ৰাজ্যৰ ক্ষেত্ৰ হ্ৰাস কৰিব পাৰে ;

(ঘ) কোনাে ৰাজ্যৰ সীমা পৰিবৰ্তন কৰিব পাৰে ; 

(ঙ) কোনাে ৰাজ্যৰ নাম পৰিবৰ্তন কৰিব পাৰে ।  

[ পৰন্তু , এই প্রয়ােজনৰ বাবে কোনাে বিধেয়ক, ৰাষ্ট্ৰপতিৰ চুপাৰিছ বিনা আৰু য’ত বিধেয়কত থকা প্ৰস্থাপনাই ৰাজ্য সমূহৰ যিকোনাে এখনৰ ক্ষেত্ৰত, সীমাত বা নামত প্রভাব বিস্তাৰ কৰে তেনে ক্ষেত্ৰত যেতিয়ালৈকে ৰাষ্ট্ৰপতিৰ দ্বাৰা সেই ৰাজ্যৰ বিধান মণ্ডললৈ, নিৰ্দেশত বিনির্দিষ্ট কালৰ ভিতৰত বা ৰাষ্ট্ৰপতিৰ দ্বাৰা অনুজ্ঞাত অতিৰিক্ত কালৰ ভিতৰত, বিধেয়ক খনৰ ওপৰত বিধান মণ্ডলৰ মতামত অভিব্যক্ত কৰিবলৈ নিৰ্দেশিত কৰা নহয় আৰু যেতিয়ালৈকে সেইদৰে বিনির্দিষ্ট বা অনুজ্ঞাত কালৰ অবসান নহয় , তেতিয়ালৈকে সংসদৰ কোনােটো সদনতে উত্থাপিত কৰিব নােৱাৰিব। ]

[ স্পষ্টীকৰণ ১ – এই অনুচ্ছেদৰ (ক) ৰ পৰা (ঙ) লৈকে খণ্ড সমূহত ‘ৰাজ্য’ শব্দই সংঘ ৰাজ্যক্ষেত্রকো অন্তর্ভুক্ত কৰিছে , কিন্তু পৰন্তুকত ‘ৰাজ্য’ শব্দই কোনাে সংঘ ৰাজ্যক্ষেত্র অন্তর্ভুক্ত কৰা নাই ।  

স্পষ্টীকৰণ ২ – খণ্ড (ক) দ্বাৰা সংসদৰ ওপৰত প্রদত্ত ক্ষমতাই যিকোনাে ৰাজ্যৰ বা সংঘ ৰাজ্যক্ষেত্ৰৰ কোনাে ভাগত আন যিকোনাে ৰাজ্য বা সংঘ ৰাজ্যক্ষেত্ৰৰ লগত সংযােজন কৰি এখন নতুন ৰাজ্য বা সংঘ ৰাজ্যক্ষেত্র গঠন কৰা ক্ষমতাকো অন্তর্ভুক্ত কৰিছে ।  ] 

অনুচ্ছেদ ৪-প্রথম আৰু চতুর্থ অনুসূচীৰ সংশােধন আৰু অনুপূৰক, আনুষঙ্গিক আৰু পাৰিণামিক বিষয়ৰ উপবন্ধ কৰিবলৈ অনুচ্ছেদ ২ আৰু ৩ ৰ অধীনত প্রস্তুত বিধিসমূহ-

(১) অনুচ্ছেদ ২ বা অনুচ্ছেদ ৩ ত নির্দেশিত যিকোনাে বিধিত প্রথম অনুসূচী আৰু চতুর্থ অনুসূচী সংশােধনৰ বাবে এনে উপবন্ধাবলী অন্তর্বিষ্ট হ’ব যিবিলাক নেকি সেই বিধিৰ উপবন্ধসমূহ প্রভাবশীল কৰিবলৈ আৱশ্যকীয় হয় , আৰু তাত এনে অনুপূৰক , আনুষঙ্গিক আৰু পাৰিণামিক উপবন্ধ (এনে বিধিৰ দ্বাৰা প্রভাবিত হােৱা ৰাজ্য বা ৰাজ্য সমূহৰ বিধান মণ্ডলত বা বিধান মণ্ডলসমূহত আৰু সংসদত প্রতিনিধিত্ব সম্পৰ্কীয় উপবন্ধক অন্তর্গত কৰি ) অন্তৰ্বিষ্ট হ’ব পাৰে যিবিলাক নেকি সংসদে আৱশ্যকীয় বােধ কৰে । 

(২) পূর্বোক্ত তেনে কোনাে বিধি অনুচ্ছেদ ৩৬৮ ৰ প্ৰয়ােজনৰ বাবে এই সংবিধানৰ কোনাে সংশােধনী বুলি গণ্য নহ’ব। 

আৰু পঢ়ক স্বৰ্গদেউ চুতেউফা

2.3 4 votes
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] আৰু পঢ়ক- ভাৰতীয় সংবিধান […]

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

1
0
Would love your thoughts, please comment.x
()
x