নিয়োগ বাৰ্তাসাময়িকী

পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগত নিযুক্তি,২০২০

   অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এক নটিফিকেচনৰ যোগেদি ১০০৪ টা খালী হৈ থকা পদত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। এই পদসমূহ সহকাৰী খণ্ড উন্নয়ন বিষয়া,গাঁও পঞ্চায়ত সচিব,কনিষ্ঠ সহায়ক আৰু কৰ সংগ্ৰাহকৰ। উক্ত পদসমূহ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত অন্তৰ্গত। তলত উক্ত পদসমূহৰ নিযুক্তিৰ বিষয়ে বিতংকৈ পৰীক্ষণ কৰক-

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ,অসমৰ খালী পদৰ নিযুক্তিৰ তথ্যঃ

১) সহকাৰী খণ্ড উন্নয়ন বিষয়া (পঞ্চায়ত) :

■ মুঠ পদৰ সংখ্যা- ৩৯ টা [ অসংৰক্ষিত(UR): ১৫ টা, অন্যান্য পিছপৰা শ্ৰেণী(OBC/MOBC):১০ টা, অনুসূচীত জাতি(SC):৩ টা,সমভূমিৰ অনুসূচীত জনজাতি(STP):৪ টা, পাহাৰীয়া অনুসূচীত জনজাতি(STH):২ টা, বিশেষভাৱে সক্ষম(PH):১টা অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী(EWS):৪ টা ]

■ দা-দৰমহা:: ১৪,০০০ ৰ পৰা ৬০,৫০০ টকা + গ্ৰেড পে ৭,৬০০ টকা (পে বেণ্ড-২) 

২) সহকাৰী খণ্ড উন্নয়ন বিষয়া(W&C) :

■ মুঠ পদৰ সংখ্যা ৪৬ টা [অসংৰক্ষিত(UR): ১৮ টা, অন্যান্য পিছপৰা শ্ৰেণী(OBC/MOBC):১২ টা, অনুসূচীত জাতি(SC):৩ টা,সমভূমিৰ অনুসূচীত জনজাতি(STP):৫ টা, পাহাৰীয়া অনুসূচীত জনজাতি(STH):২ টা, বিশেষভাৱে সক্ষম(PH):১টা অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী(EWS):৫ টা]

■ দা-দৰমহা:: ১৪,০০০ ৰ পৰা ৬০,৫০০ টকা + গ্ৰেড পে ৭,৬০০ টকা (পে বেণ্ড ২)

৩) সহকাৰী খণ্ড উন্নয়ন বিষয়া(জ্যেষ্ঠ গ্ৰাম সেৱক) :

■ মুঠ পদৰ সংখ্যা ৮৮ টা [ অসংৰক্ষিত(UR): ৩৩ টা, অন্যান্য পিছপৰা শ্ৰেণী(OBC/MOBC):২৪ টা, অনুসূচীত জাতি(SC):৬ টা,সমভূমিৰ অনুসূচীত জনজাতি(STP):৯ টা, পাহাৰীয়া অনুসূচীত জনজাতি(STH):৪ টা, বিশেষভাৱে সক্ষম(PH):৩টা অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী(EWS):৯ টা]

■ দা-দৰমহা::১৪,০০০ ৰ পৰা ৬০,৫০০ টকা + গ্ৰেড পে ৭,৬০০ টকা (পে বেণ্ড ২)

৪) গাঁও পঞ্চায়ত সচিব :

■ মুঠ পদৰ সংখ্যা ৫৭৮ টা [অসংৰক্ষিত(UR): ২২০ টা, অন্যান্য পিছপৰা শ্ৰেণী(OBC/MOBC):১৫৬ টা, অনুসূচীত জাতি(SC):৪০ টা,সমভূমিৰ অনুসূচীত জনজাতি(STP):৫৮ টা, পাহাৰীয়া অনুসূচীত জনজাতি(STH):২৯ টা, বিশেষভাৱে সক্ষম(PH):১৭ টা অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী(EWS):৫৮ টা]

■ দা-দৰমহা::১৪,০০০ ৰ পৰা ৬০,৫০০ লৈকে + গ্ৰেড পে ৭,৪০০ টকা(পে বেণ্ড ২)

৫) কণিষ্ঠ সহায়ক(নতুন সৃষ্টি পাঁচটা জিলা পৰিষদৰ বাবে) :

■ মুঠ পদৰ সংখ্যা:: ১০ টা [অসংৰক্ষিত(UR): ৪ টা, অন্যান্য পিছপৰা শ্ৰেণী(OBC/MOBC):৩ টা, অনুসূচীত জাতি(SC):১ টা,সমভূমিৰ অনুসূচীত জনজাতি(STP):১ টা, পাহাৰীয়া অনুসূচীত জনজাতি(STH):০ টা, বিশেষভাৱে সক্ষম(PH):০ টা অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী(EWS):১ টা]

■ দা-দৰমহা::১৪,০০০ ৰ পৰা ৬০,৫০০ লৈকে + গ্ৰেড পে ৫,৬০০ টকা(পে বেণ্ড ২)

৬) কৰ সংগ্ৰাহক :

■ মুঠ পদৰ সংখ্যা:: ২৪৩ টা [অসংৰক্ষিত(UR): ৯৩ টা, অন্যান্য পিছপৰা শ্ৰেণী(OBC/MOBC):৬৬ টা, অনুসূচীত জাতি(SC):১৭ টা,সমভূমিৰ অনুসূচীত জনজাতি(STP):২৪ টা, পাহাৰীয়া অনুসূচীত জনজাতি(STH):১২ টা, বিশেষভাৱে সক্ষম(PH):৭ টা অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী(EWS):২৪ টা]

■ দা-দৰমহা::১৪,০০০ ৰ পৰা ৬০,৫০০ লৈকে + গ্ৰেড পে ৫,২০০ টকা(পে বেণ্ড ২)

◆ বয়সৰ সীমা : ১ জানুৱাৰী,২০২০ৰ অনুসৰি আবেদনকাৰীৰ বয়স ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ বেছি হ’ব নালাগিব। 

◆ যোগ্যতাৰ মাপকাঠি :

১) আবেদনকাৰীজন ভাৰতীয় নাগৰিক হ’ব লাগিব। অৰু অসমত বাস কৰা নাগৰিক হ’ব লাগিব। 

২) আবেদনকাৰীৰ নাম নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত হ’ব লাগিব। 

◆ শিক্ষাগত অৰ্হতা :

১) প্ৰতিটো পদৰ বাবে আবেদনকাৰীসকল নূন্যতম স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব। গাঁও পঞ্চায়তৰ সচিবৰ আবেদনকাৰীসকল বাণিজ্যৰ স্নাতক হ’ব লাগিব। 

২) আবেদনকাৰীজনে প্ৰশাসনীয় কাম-কাজ চলাবলৈ স্থানীয় ভাষা লগতে ইংৰাজী জানিব লাগিব। 

◆ আবেদনৰ মাচুল:: নাই

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পদৰ বাবে অনলাইন আবেদনৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ::

১) বয়সৰ প্ৰমাণ হিচাপে মেট্ৰিকৰ এডমিট বা জন্মৰ প্ৰমাণপত্ৰ লাগিব। 

২) নূন্যতম শিক্ষাগত অৰ্হতাৰ মাৰ্কছিট আৰু চাৰ্টিফিকেট লাগিব। কণিষ্ঠ সহায়ক পদৰ বাবে কম্পিউটাৰৰ প্ৰমাণপত্ৰ লাগিব। 

৩) কাষ্ট চাৰ্টিফিকেট অৰ্থাৎ জাতিৰ প্ৰমাণপত্ৰ লাগিব। 

৪) নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়ন পত্ৰ লাগিব। 

৫) অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী(EWS)ৰ প্ৰমাণ পত্ৰ লাগিব। 

◆ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পদত নিযুক্তিৰ বাবে কেনেকৈ আবেদন কৰিব::

■ এই পদসমূহত আবেদন কৰিবলৈ এই ৱেবছাইটত যাব www.rural.assam.gov.in

◆ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিৰ বাবে অনলাইন আবেদনৰ আৰম্ভণিৰ দিন: ২৮ আগষ্ট,২০২০

◆ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিৰ বাবে অনলাইন আবেদনৰ অন্তিম দিন: ১৭ ছেপ্টেম্বৰ,২০২০ ৰ মাজনিশা। 

◆ সম্পূৰ্ণ নটিফিকেচনৰ বাবে-  ক্লিক কৰক

◆ নিৰ্দিষ্ট পদৰ বাবে আবেদন কৰিবলৈ- ক্লিক কৰক

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

0
Would love your thoughts, please comment.x
()
x