তথ্যকোষসাময়িকী

টেষ্ট ক্ৰিকেটত মহেন্দ্ৰ সিং ধোনি

    ২০০৪ ৰ ২৩ ডিচেম্বৰত এদিনীয়াত অভিষেক ঘটাই মহেন্দ্ৰ সিং ধোনিয়ে টেষ্ট খেলিবলৈ এবছৰ সময় অপেক্ষা কৰিব লগা হৈছিল। কিন্তু অতি সোনকালে নিজৰ প্ৰতিভা তথা প্ৰদৰ্শনৰ বলতে ধোনিয়ে ভাৰতীয় টেষ্ট দলতো স্থান লাভ কৰিলে। আৰু মাৰমুখী বেটিং কৰা ধোনিয়ে টেষ্ট দলত স্থান পায় এজন মিডল অৰ্ডাৰ উইকেটকীপাৰ বেটছমেনৰূপে। 

মহেন্দ্ৰ সিং ধোনিৰ টেষ্ট কেৰিয়াৰঃ

    ধোনিয়ে নিজৰ জীৱনৰ প্ৰথমখন টেষ্ট মেচ খেলে ২০০৫ চনৰ ২ ডিচেম্বৰ তাৰিখে শ্ৰীলংকাৰ বিৰুদ্ধে। জীৱনৰ প্ৰথম টেষ্টত তেওঁ মাথোঁ ৩০ ৰাণ কৰে আৰু বৰষুণৰ বাবে সেই খেলখন বাতিল হয়। ধোনিয়ে দ্বিতীয়খন টেষ্টতে প্ৰথম টেষ্ট অৰ্ধশতক অৰ্জন কৰে মাত্ৰ ৫১ টা বলত। ২০০৬ চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত ধোনি পুনৰ পাকিস্তানৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে নিৰ্বাচিত হয়। এই শৃংখলাৰ ফাইচালাবাদৰ দ্বিতীয়খন টেষ্টত ধোনিয়ে জীৱনৰ প্ৰথম টেষ্ট শতক অৰ্জন কৰে। আৰু ধোনিয়ে এই শতক অৰ্জন কৰে মাত্ৰ ৯৩ টা বলতে। 

    তাৰপাছতেই ঘৰৰ মাটিতে হোৱা ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ধোনি বেটিং ব্যৰ্থতা আৰু দুৰ্বল উইকেটকীপিংৰ বাবে সমালোচনাৰ সন্মুখীন হ’বলগা হয়। তাৰপাছত ৱেষ্ট ইণ্ডিজত হোৱা টেষ্ট শৃংখলাত প্ৰথম খেলৰ বাবে তেওঁৰ বেটিং প্ৰদৰ্শন অনুন্নত এছ যদিও উইকেটকীপিংত তেওঁ সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে আৰু সেই শৃংখলাত ১৩ টা কেচ আৰু ৪ টা ষ্টাম্পিং কৰে। 

    তাৰপাছতে ২০০৮ চনত মহেন্দ্ৰ সিং ধোনিয়ে টেষ্টত অধিনায়কত্ব লাভ কৰে আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অধিনায়কৰূপে প্ৰথম টেষ্ট খেলে। পুনৰ ২০০৯ চনত শ্ৰীলংকাৰ বিৰুদ্ধে শ্ৰীলংকাৰ মাটিত ধোনিয়ে ২-০ ব্যৱধানত টেষ্ট শৃংখলা জয় কৰে আৰু ইয়াত ধোনিয়ে দুটা শতক অৰ্জন কৰে। ইয়াৰ পাছতেই ভাৰতে প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেটৰ ৰেংকিংত প্ৰথম স্থান অধিকাৰ কৰে। ধোনিয়ে জীৱনৰ অন্তিমখন টেষ্ট খেলে ২০১৪ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলবৰ্ণত আৰু তাতেই তেওঁ টেষ্টৰ পৰা অৱসৰ ঘোষণা কৰে। জীৱনৰ অন্তিমখন টেষ্টত তেওঁ ৮ টা কেচ আৰু ১টা ষ্টাম্পিংৰে মুঠ নটা চিকাৰ কৰে। এই টেষ্টৰ অন্তিম ইনিংছত তেওঁ ২৪ ৰাণ সংগ্ৰহ কৰে। 

মহেন্দ্ৰ সিং ধোনিৰ টি-২০ কেৰিয়াৰঃ

    ভাৰতৰ প্ৰথম টি-২০ মেচখনৰ মহেন্দ্ৰ সিং ধোনি অংশ আছিল। এইখন হৈছিল ২০০৬ চনৰ ১ ডিচেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে। তেওঁ সেইখন খেলত শূণ্য ৰাণত আউট হৈছিল। সেইখন খেলত তেওঁ ১ টা কেচ ধৰিছিল আৰু এটা ৰাণ আউট কৰিছিল। 

    আৰু ২০০৭ চনত হোৱা প্ৰথম টি-২০ বিশ্বকাপত জ্যেষ্ঠ খেলুৱৈৰ অবৰ্তমানত মহেন্দ্ৰ সিং ধোনিক ভাৰতীয় দলৰ অধিনায়কত্ব দিয়া হৈছিল আৰু এইয়াই আছিল প্ৰথম খোজ আৰু তেওঁ সফলতা লাভ কৰিছিল প্ৰথম খোজতেই। প্ৰথম টি-২০ বিশ্বকাপত মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত ভাৰতে পাকিস্তানক হৰুৱাই বিশ্বকাপৰ খিতাপ জয় কৰে। আই চি চিয়ে ২০১৪ চনৰ টি-২০ বিশ্বকাপৰ “টিম অফ দা টুৰ্ণামেণ্ট”ৰ অধিনায়ক আৰু উইকেটকীপাৰ হিচাপে ঘোষণা কৰে মহেন্দ্ৰ সিং ধোনিক। ধোনিয়ে অন্তিমখন টি-২০ খেলে ২০১৯ৰ ২৭ ফেব্ৰুৱাৰীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। 

আই পি এলত মহেন্দ্ৰ সিং ধোনিঃ

    ২০০৮ চনত ভাৰতীয় ক্ৰিকেট বৰ্ডে আই পি এল নামৰ এখন মেগা টি-২০ ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ কৰে। আই পি এলৰ প্ৰথম বৰ্ষত মহেন্দ্ৰ সিং ধোনিক ১৫ কোটি টকাৰে চেন্নাই চুপাৰ কিংছে ক্ৰয় কৰে। আই পি এলৰ প্ৰথম বছৰৰ নিলামত তেওঁ সকলোতকৈ দামী খেলুৱৈ আছিল। মহেন্দ্ৰ সিং ধোনিৰ সবল নেতৃত্বত চেন্নাই চুপাৰ কিংছে ২০১০,২০১১ আৰু ২০১৮ বৰ্ষত আই পি এল ট্ৰফী জয় কৰে। লগতে চেন্নাই চুপাৰ কিংছে প্ৰতিবছৰে আই পি এলৰ প্লে অফত প্ৰৱেশ কৰি আছে। ২০১০ আৰু ২০১৪ চনত চেন্নাই চুপাৰ কিংছে ধোনিৰ নেতৃত্বত চেম্পিয়নছ লীগৰ ট্ৰফীও দখল কৰে। 

    ২০১৫ চনৰ আই পি এলৰ পাছত মেচ ফিক্সিং কেলেংকাৰীৰ অভিযোগত দুবছৰ চেন্নাই চুপাৰ কিংছ আই পি এলৰ পৰা নিলম্বন হয়। তেতিয়া ২০১৬ চনত ধোনিক ১৯ কোটিত ক্ৰয় কৰে ৰাইজিং পুনে চুপাৰজায়েন্ট দলে। 

    আকৌ দুবছৰৰ পাছত অৰ্থাৎ ২০১৮ ত চেন্নাই চুপাৰ কিংছ পুনৰ ঘূৰি আহে আৰু ধোনি নিজ দললৈ উভতি যায় আৰু দলক সবল নেতৃত্ব দি পুনৰ আই পি এলৰ খিতাপ জয় কৰে।

2 2 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

0
Would love your thoughts, please comment.x
()
x