নিয়োগ বাৰ্তাসাময়িকী

অইল ইণ্ডিয়া পুৰষ্কাৰ আৰু অইল ইণ্ডিয়া মেধা জলপানি,২০২০

অইল ইণ্ডিয়া পুৰষ্কাৰ আৰু মেধা জলপানি,২০২০ ৰ অনলাইন আৱেদন আৰু যোগ্যতা-

   অইল ইণ্ডিয়া লিমিটেডে ২০২০ বৰ্ষত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ শিক্ষাৰ্থীসকলকৰ বাবে অইল ইণ্ডিয়া জলপানি,২০২০ৰ ব্যৱস্থা কৰিছে। অইল ইণ্ডিয়া পুৰষ্কাৰ তথা অইল ইণ্ডিয়া জলপানি,২০২০ অইলৰ কাৰ্য্যক্ষেত্ৰৰ কাষৰীয়া বিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব। অসমৰ ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ,তিনিচুকীয়া জিলা আৰু অৰুণাচল প্ৰদেশৰ চাংলাং আৰু লোহিত জিলাৰ অইলৰ নিৰ্দিষ্ট কাৰ্য্যক্ষেত্ৰৰ কাষৰীয়া শিক্ষানুষ্ঠানত অধ্যয়ন কৰা শিক্ষাৰ্থীয়ে লাভ কৰিব। অইল ইণ্ডিয়া জলপানি,২০২০ ৰ অনলাইন আৱেদন প্ৰক্ৰিয়া যোৱা ২৬ আগষ্ট,২০২০ ৰ পৰা আৰম্ভ হৈছে আৰু এই আৱেদন প্ৰক্ৰিয়াৰ সমাপ্তি ঘটিব ২৪ ছেপ্টেম্বৰ,২০২০ ত। এই অইল ইণ্ডিয়া জলপানিৰ বাবে অইলৰ চাকৰিয়ালৰ সন্তানে আৱেদন কৰিব পৰাৰ লগতে অইলৰ চাকৰিয়াল নোহোৱা সকলো লোকৰ সন্তানেই আৱেদন কৰিব পাৰিব। কিন্তু দুয়োটা ভাগৰ  বাবেই বেলেগ বেলেগ কিছুমান যোগ্যতাৰ মাপকাঠি আছে। তলত এই অইল ইণ্ডিয়া জলপানি,২০২০ ৰ বিষয়ে সবিশেষ দিয়া হৈছে। 

অইল ইণ্ডিয়া মেধা জলপানি::

   অইল ইণ্ডিয়া লিমিটেডে ২০২০ বৰ্ষত দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে অইল ইণ্ডিয়া মেধা জলপানি,২০২০ প্ৰদানৰ সম্পৰ্কে এটা নটিফিকেচন জাৰী কৰিছে। যিসকল শিক্ষাৰ্থীৰ যোগ্যতা আছে সকলোৱে অনলাইনযোগে অইল ইণ্ডিয়া মেধা জলপানি,২০২০ৰ বাবে আৱেদন কৰিব পাৰিব। 

অইল মেধা জলপানি,২০২০ৰ সম্পূৰ্ণ তথ্য::

জলপানিৰ নাম:: অইল পুৰষ্কাৰ আৰু অইল ইণ্ডিয়া মেধা জলপানি,২০২০

জলপানি প্ৰদানৰ কৰ্তৃপক্ষ:: অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজান,অসম

শৈক্ষিক বৰ্ষ:: ২০২০

যোগ্যতা:: শিক্ষাৰ্থীসকলে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ হ’ব লাগিব। 

অইল ইণ্ডিয়া মেধা জলপানি,২০২০ৰ যোগ্যতাৰ মাপকাঠি::

এই জলপানি দুটাভাগত প্ৰদান কৰা হ’ব। 

১) অইলৰ চাকৰি নকৰা লোকৰ সন্তান::শিক্ষাৰ্থীসকলে অসমৰ অইলৰ কাৰ্য্যক্ষেত্ৰৰ কাষৰীয়া শিক্ষানুষ্ঠানৰ পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। 

২) অইলৰ চাকৰিয়াল মানুহৰ ল’ৰা::সমগ্র ভাৰতৰ যিকোনো অঞ্চলৰ অইলত চাকৰি কৰা লোকৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ সন্তান । 

অইল জলপানি,২০২০ ৰ বাবে শিক্ষাগত অৰ্হতা::

১) অইল পুৰষ্কাৰ::উপৰোক্ত নিৰ্দিষ্ট ঠাইৰ যিকোনো শিক্ষাৰ্থীয়ে দশম আৰু দ্বাদশ শ্ৰেণীত ৯৫ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হ’লে এই পুৰষ্কাৰ লাভ কৰিব। 

২) ভাৰতবৰ্ষৰ যিকোনো ঠাইত বসবাস কৰা অইলৰ চাকৰিয়ালৰ সন্তানে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯৫ শতাংশ নম্বৰ লাভ কৰিলে এই পুৰষ্কাৰ পাব। 

◆ অইল মেধা জলপানি,২০২০(অনা-চাকৰিয়ালৰ সন্তানৰ বাবে) 

১) HSLC(গাঁও)

সংৰক্ষিত(ST, SC, OBC, MOBC, PWD) – ৭০%

সাধাৰণ – ৭৫%

২) HSLC(নগৰ)

সংৰক্ষিত(ST, SC, OBC, MOBC, PWD) – ৮০%

সাধাৰণ – ৮৫%

৩) AISSE/ICSE(পাঁচটা বিষয় পাছ কৰাসকলৰ বাবে)

সংৰক্ষিত(ST, SC, OBC, MOBC, PWD) – ৮০%

সাধাৰণ – ৮৫%

৪) AISSE/ICSE(ছটা বিষয় পাছ কৰাসকলৰ বাবে)

সংৰক্ষিত(ST, SC, OBC, MOBC, PWD) – ৮০%

সাধাৰণ – ৮৫%

৫) HSSLC/AISSCE/ISCE(সকলো বিভাগৰ) – (পাঁচটা বিষয় পাছ কৰা)

সংৰক্ষিত(ST, SC, OBC, MOBC, PWD) – ৮০%

সাধাৰণ – ৮৫%

৬) HSSLC/AISSCE/ISCE(সকলো বিভাগৰ) -ছটা বিষয় পাছ কৰাসকলৰ বাবে

সংৰক্ষিত(ST, SC, OBC, MOBC, PWD) – ৮০%

সাধাৰণ – ৮৫%

◆ অইল মেধা জলপানি(অইলৰ চাকৰিয়ালৰ সন্তানৰ বাবে)

১) দশম শ্ৰেণী-ৰাজ্যিক বৰ্ড/ CBSE / CICSE / আৰু আন বৰ্ডসমূহ– পাঁচটা বিষয়ৰ সৈতে উত্তীৰ্ণ হোৱা

সংৰক্ষিত(SC,ST,OBC,MOBC,PWD): ৮০ % 

সাধাৰণ : ৮৫% 

২) দশম শ্ৰেণী-ৰাজ্যিক বৰ্ড/ CBSE / CICSE / আৰু আন বৰ্ডসমূহ– ছটা বিষয়ৰ সৈতে উত্তীৰ্ণ হোৱা

সংৰক্ষিত(SC,ST,OBC,MOBC,PWD): ৮০ % 

সাধাৰণ : ৮৫% 

৩) দ্বাদশ শ্ৰেণী-ৰাজ্যিক বৰ্ড/ CBSE / CICSE / আৰু আন বৰ্ডসমূহ– পাঁচটা বিষয়ৰ সৈতে উত্তীৰ্ণ হোৱা

সংৰক্ষিত(SC,ST,OBC,MOBC,PWD): ৮০ % 

সাধাৰণ : ৮৫% 

৪) দ্বাদশ শ্ৰেণী-ৰাজ্যিক বৰ্ড/ CBSE / CICSE / আৰু আন বৰ্ডসমূহ– ছটা বিষয়ৰ সৈতে উত্তীৰ্ণ হোৱা

সংৰক্ষিত(SC,ST,OBC,MOBC,PWD): ৮০ % 

সাধাৰণ : ৮৫% 

◆ অইল ইণ্ডিয়া মেধা জলপানি,২০২০ৰ অনলাইন আৱেদন::

১) শিক্ষাৰ্থীসকলে “https://oileservice.oilindia.in/oilaward”এই ৱেবচাইটটোত চাব লাগিব। 

২) আৱেদনকাৰী শিক্ষাৰ্থীয়ে জাতিৰ প্ৰমানপত্ৰ দাঙি ধৰিব লাগিব। 

৩) আৱেদনকাৰীৰ বি পি এক কাৰ্ড থাকিলে ৰেচন কাৰ্ডৰ জেৰক্স দিব লাগিব। 

৪) সকলোৱে নিজৰ নামত এটা বেংক একাউন্ট খুলিব লাগিব। 

অইল ইণ্ডিয়া মেধা জলপানিৰ গুৰুত্বপূৰ্ণ দিন::

■ অনলাইন আৱেদনৰ আৰম্ভণিৰ দিন- ২৬::০৮::২০২০ ৰ দিনৰ ৮ বজাৰ পৰা। 

■ অনলাইন আৱেদনৰ অন্তিম দিন-  ২৪::০৯::২০২0 ৰ বিয়লি ৩ বজাত

◆ অইল মেধা জলপানিৰ বাবে কি কি প্ৰমানপত্ৰ যোগান ধৰিব লাগিব?

১) নিজে প্ৰত্যায়িত কৰা পাছপৰ্ট ফটো

২) নিজে প্ৰত্যায়িত কৰা মাৰ্কছিট

৩) নিজে প্ৰত্যায়িত কৰা উত্তীৰ্ণৰ প্ৰমানপত্ৰ

৪) চৰকাৰী ৰাজপত্ৰিত বিষয়াৰ দ্বাৰা প্ৰত্যায়িত জাতিৰ প্ৰমানপত্ৰ। 

৫)  বেংকৰ পাছবুকৰ প্ৰথম পৃষ্ঠা

৬) চৰকাৰে জাৰী কৰা ৰেচন কাৰ্ড(বি পি এল সকলৰ বাবে বাধ্যতামূলক) 

৭) স্বাস্থ্য সম্পৰ্কীয় কৰ্তৃপক্ষৰ প্ৰমানপত্ৰ(বিশেষভাৱে সক্ষম সকলৰ বাবে)  

ইয়াত অনলাইন আৱেদন কৰিব পাৰিব ক্লিক কৰক

ইয়াত নটিফিকেচনটো ডাউনলোড কৰিব পাৰিব  ক্লিক কৰক

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

0
Would love your thoughts, please comment.x
()
x