নিয়োগ বাৰ্তাসাময়িকী

কাৰিকৰী শিক্ষা সঞ্চালকালয়ত ১৬৮ টা পদ খালী

    কাৰিকৰী শিক্ষা সঞ্চালকালয়, অসমৰ অধীনস্থ কেইবাখনো শিক্ষানুষ্ঠান আৰু নৱনিৰ্মিত কাৰিকৰী শিক্ষানুষ্ঠানত খালী হোৱা বিভিন্ন পদৰ বাবে ইতিমধ্যে সঞ্চালকালয়ে ১৬৮ টা পদৰ বাবে জাৰী কৰা নিযুক্তি জাননীৰ সংশোধন ঘটাই পুনৰ এক নিযুক্তি জাননী জাৰী কৰিছে। যিসকল প্ৰাৰ্থীয়ে বয়সৰ নিৰ্ধাৰিত সীমাৰ বাবে ইতিপূৰ্বে বিগত ফেব্ৰুৱাৰী মাহত ঘোষিত নিযুক্তি জাননীৰ অধীনত আবেদন কৰিব পৰা নাছিল তেওঁলোকলৈ এয়া এক সুখবৰ যে এই নতুন জাননীত অসম চৰকাৰৰ অধীনস্থ বিভিন্ন পদৰ বাবে নতুনকৈ প্ৰযোজ্য হোৱা বয়সৰ উৰ্ধসীমা অনুসৰি পুনৰ আবেদন আহ্বান কৰা হৈছে। গতিকে ইচ্ছুক প্ৰাৰ্থীয়ে নিম্নোক্ত পদসমূহত নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আবেদন কৰিব পাৰে। 

কাৰিকৰী শিক্ষা সঞ্চালকালয়, অসমৰ খালী পদৰ নিযুক্তিৰ তথ্যঃ

১) নিম্ন বৰ্গ সহায়ক :

■ মুঠ পদৰ সংখ্যা- ৬৩ টা [ অসংৰক্ষিত(UR): ৩৫ টা, অন্যান্য পিছপৰা শ্ৰেণী(OBC/MOBC):১৬ টা, অনুসূচীত জাতি(SC):২ টা,সমভূমিৰ অনুসূচীত জনজাতি(STP):২ টা, পাহাৰীয়া অনুসূচীত জনজাতি(STH):৪ টা,অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী(EWS):৪ টা ]

■ শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ৰে স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কম্পিউটাৰৰ ব্যৱহাৰিক জ্ঞান আৰু কম্পিউটাৰত তথ্য সঞ্চালনৰ জ্ঞান থকাটো বাধ্যতামূলক। 

■ দা-দৰমহা:: ১৪,০০০ ৰ পৰা ৬০,৫০০ টকা + গ্ৰেড পে ৬,২০০ টকা (পে বেণ্ড-২) 

২) নিম্ন বৰ্গ নিৰ্দেশক :

■ মুঠ পদৰ সংখ্যা ৮৩ টা [অসংৰক্ষিত(UR): ৩১ টা, অন্যান্য পিছপৰা শ্ৰেণী(OBC/MOBC):২৪ টা, অনুসূচীত জাতি(SC):৪ টা,সমভূমিৰ অনুসূচীত জনজাতি(STP):১০ টা, পাহাৰীয়া অনুসূচীত জনজাতি(STH):৮ টা, বিশেষভাৱে সক্ষম(PH):২টা ]

■ শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী হাইস্কুল শীক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ অথবা কাৰিকৰী বিভাগৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ অথবা সমপৰ্যায়ৰ হোৱাৰ লগতে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত কাৰিকৰী শিক্ষানুষ্ঠানৰ ডিপ্লমা থকাটো বাঞ্চনীয়। লগতে প্ৰাৰ্থীৰ নিৰ্দিষ্ট বিষয়ত ৫ বছৰ কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ অভিজ্ঞতাসম্পন্ন হ’ব লাগিব।

■ দা-দৰমহা:: ১৪,০০০ ৰ পৰা ৬০,৫০০ টকা + গ্ৰেড পে ৬,৮০০ টকা (পে বেণ্ড ২)

৩) বৈজ্ঞানিক সহায়ক(পদাৰ্থ বিজ্ঞান) :

■ মুঠ পদৰ সংখ্যা ১১ টা 

■ শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতসহ বিজ্ঞান শাখাৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব। পদাৰ্থ বিজ্ঞান বিষয়ত সন্মানসহ উত্তীৰ্ণ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব।

■ দা-দৰমহা::১৪,০০০ ৰ পৰা ৬০,৫০০ টকা + গ্ৰেড পে ৭,৪০০ টকা (পে বেণ্ড ২)

৪) বৈজ্ঞানিক সহায়ক (ৰসায়ন বিজ্ঞান) :

■ মুঠ পদৰ সংখ্যা ১১ টা 

■ শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতসহ বিজ্ঞান শাখাৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব। ৰসায়ন বিজ্ঞান বিষয়ত সন্মানসহ উত্তীৰ্ণ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব।

■ দা-দৰমহা::১৪,০০০ ৰ পৰা ৬০,৫০০ টকা + গ্ৰেড পে ৭,৪০০ টকা (পে বেণ্ড ২)

◆ আবেদনকাৰীৰ বয়সৰ সীমা:: 

১) সাধাৰণ শ্ৰেণী (General) :    ৪০ বছৰ

২) অন্যান পিছপৰা জাতি (OBC/MOBC) :    ৪৩ বছৰ

৩) অনুসূচীত জাতি(SC)/ জনজাতি(STP) :    ৪৫ বছৰ

৪)  বিশেষভাৱে সক্ষম (PWD) :    ৫০ বছৰ

◆ আবেদনৰ মাচুল:: নাই

◆ অনলাইন আবেদনৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ::

১) বয়সৰ প্ৰমাণ হিচাপে মেট্ৰিকৰ এডমিট বা জন্মৰ প্ৰমাণপত্ৰ লাগিব। 

২) নূন্যতম শিক্ষাগত অৰ্হতাৰ মাৰ্কছিট আৰু প্ৰমাণপত্ৰ লাগিব। নিম্নবৰ্গ সহায়ক পদৰ বাবে কম্পিউটাৰৰ প্ৰমাণপত্ৰ লাগিব। 

৩) কাষ্ট চাৰ্টিফিকেট অৰ্থাৎ জাতিৰ প্ৰমাণপত্ৰ লাগিব। 

৪) নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়ন পত্ৰ লাগিব। 

৫) অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী(EWS)ৰ প্ৰমাণ পত্ৰ লাগিব। 

৬) স্থানীয় বাসিন্দাৰ প্ৰমাণপত্ৰ(ভোটাৰ কাৰ্ড ইত্যাদি)

৭) পাছপ’ৰ্ট চাইজ ফটোসহ স্বাক্ষৰ।

◆  কেনেকৈ আবেদন কৰিব::

■ এই পদসমূহত আবেদন কৰিবলৈ এই ৱেবছাইটত যাব ক্লিক কৰক

◆ অনলাইন আবেদনৰ আৰম্ভণিৰ দিন: ০১ ছেপ্তেম্বৰ, ২০২০

◆ অনলাইন আবেদনৰ অন্তিম দিন: ০৭ ছেপ্টেম্বৰ, ২০২০

5 1 vote
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

0
Would love your thoughts, please comment.x
()
x