নিয়োগ বাৰ্তাসাময়িকী

অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ খালী

অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ত পদ খালীঃ ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ত শেহতীয়াকৈ কেইবাটাও তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত ঠিকাভিত্তিক মকৰলৰ বাবে অৰ্হতাসম্পন্ন উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিছৰা হৈছে। বিশ্ববিদ্যালয়ৰ এটা নিযুক্তি বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি ৬(ছয়) মাহৰ বাবে নিৰ্ধাৰিত দৰমহাত মুকলি সাক্ষাতকাৰৰ যোগেদি নিযুক্তিৰ বাবে আবেদন বিছৰা হৈছে।   

মুঠ পদৰ সংখ্যা: ৯ টা।

পদসমূহ : 

১) বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ব্যক্তিগত সহায়ক

পদৰ সংখ্যা- ১ টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী যিকোনো বিভাগৰ স্নাতক হোৱাৰ লগতে ইংৰাজী আৰু অসমীয়া দুয়োটা বিষয়তে দক্ষ হ’ব লাগিব। ষ্টেন’গ্ৰাফীৰ চাৰ্টিফিকেট থকাৰ লগতে অসমীয়া আৰু ইংৰাজী উভয়তে কম্পিউটাৰ জ্ঞান (বিশেষভাৱে MS Office) থকাটো জৰুৰী।

দৰমহাঃ ১৮০০০/-

সাক্ষাত্কাৰৰ তাৰিখ আৰু সময়ঃ ১৭ জুলাই, ২০২০ তাৰিখে ১২-০০ বজাৰ পৰা।

২) অফিচ এচিষ্টেন্ট ও ষ্টেন’গ্ৰাফাৰ

পদৰ সংখ্যা- ১ টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী যিকোনো বিভাগৰ স্নাতক হোৱাৰ লগতে ইংৰাজী আৰু অসমীয়া দুয়োটা বিষয়তে দক্ষ হ’ব লাগিব। ষ্টেন’গ্ৰাফীৰ চাৰ্টিফিকেট থকাৰ লগতে অসমীয়া আৰু ইংৰাজী উভয়তে কম্পিউটাৰ জ্ঞান (বিশেষভাৱে MS Office) থকাটো জৰুৰী।

দৰমহাঃ ১৮০০০/-

সাক্ষাত্কাৰৰ তাৰিখ আৰু সময়ঃ ১৭ জুলাই, ২০২০ তাৰিখে ১২-০০ বজাৰ পৰা।

৩) কম্পিউটাৰ অপাৰেটৰ

পদৰ সংখ্যা- ১ টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী যিকোনো বিভাগৰ স্নাতক হোৱাৰ লগতে ইংৰাজী আৰু অসমীয়া দুয়োটা বিষয়তে দক্ষ হ’ব লাগিব। অসমীয়া আৰু ইংৰাজী উভয়তে কম্পিউটাৰ জ্ঞান (বিশেষভাৱে MS Office) থকাটো জৰুৰী।

দৰমহাঃ ১৫০০০/-

সাক্ষাত্কাৰৰ তাৰিখ আৰু সময়ঃ ১৭ জুলাই, ২০২০ তাৰিখে ১২-০০ বজাৰ পৰা।

৪) গ্ৰাফিক্স ডিজাইনাৰ আৰু টাইপিষ্ট

পদৰ সংখ্যা- ১ টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী যিকোনো বিভাগৰ স্নাতক হোৱাৰ লগতে গ্ৰাফিক্স ডিজাইনিঙৰ ডিপ্লমাধাৰী হ’ব লাগিব।

দৰমহাঃ ১৫০০০/-

সাক্ষাত্কাৰৰ তাৰিখ আৰু সময়ঃ ১৭ জুলাই, ২০২০ তাৰিখে ১২-০০ বজাৰ পৰা।

৫) মাল্টি টাস্কিং ষ্টাফ

পদৰ সংখ্যা- ২ টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বা সমপৰ্যায়ৰ হ’ব লাগিব।

দৰমহাঃ ১০০০০/-

সাক্ষাত্কাৰৰ তাৰিখ আৰু সময়ঃ ২০ জুলাই, ২০২০ তাৰিখে ১২-০০ বজাৰ পৰা।

৬) চতুৰ্থ বৰ্গ

পদৰ সংখ্যা- ১ টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। 

দৰমহাঃ ১০০০০/-

সাক্ষাত্কাৰৰ তাৰিখ আৰু সময়ঃ ২০ জুলাই, ২০২০ তাৰিখে ১২-০০ বজাৰ পৰা।

৭) মালী 

পদৰ সংখ্যা– ১ টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। 

দৰমহাঃ ১০০০০/-

সাক্ষাত্কাৰৰ তাৰিখ আৰু সময়ঃ ২০ জুলাই, ২০২০ তাৰিখে ১২-০০ বজাৰ পৰা।

৮) চাফাইকৰ্মী

পদৰ সংখ্যা– ১ টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। 

দৰমহাঃ ১০০০০/-

সাক্ষাত্কাৰৰ তাৰিখ আৰু সময়ঃ ২০ জুলাই, ২০২০ তাৰিখে ১২-০০ বজাৰ পৰা।

মুকলি সাক্ষাত্কাৰৰ স্থানঃ দ্বিতীয় মহলা, উদ্যোগ আৰু বাণিজ্য বিভাগৰ কাৰ্যালয়, ডিব্ৰুগড়।

সবিশেষ জানিবৰ বাবে চাওক- Official Advertisement

বিঃ দ্ৰঃ শেহতীয়াকৈ বিগত ১৪ জুলাই, ২০২০ তাৰিখে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ ৱেবছাইটত প্ৰকাশ কৰা এক বিজ্ঞপ্তি অনুসৰি ওপৰত উল্লিখিত পদকেইটাৰ বাবে নিৰ্ধাৰিত সাক্ষাত্কাৰৰ দিন অনিবাৰ্য কাৰণবশতঃ অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলে বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা এই তথ্য সংগ্ৰহ কৰিব পাৰে। অধিক তথ্যৰ বাবে বিভাগীয় ৱেবছাইটত প্ৰৱেশ কৰিব পাৰে।

সবিশেষ তথ্যঃ Corrigendum

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

0
Would love your thoughts, please comment.x
()
x