সাময়িকী

শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক Unique ID

অসম উচ্চ শিক্ষা সঞ্চালকালয় (Directorate of Higher Education, Assam)ৰ জাননী অনুসৰি অসমৰ উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্য্যায়লৈ সকলো শিক্ষাৰ্থীয়ে ২০২০-২১বৰ্ষৰ পৰা নামভৰ্তিৰ বাবে এটা Unique Identification Number পঞ্জীয়ন কৰিব লাগিব।

আৰু কাৰোবাৰ যদি প্ৰথমবাৰ পঞ্জীয়নত কিবা ভুল হয় তেতিয়া তাক শুদ্ধ কৰিবলৈও ইয়াত সুবিধা আছে। ইয়াৰ বাবে নিম্নোক্ত সকলো সুবিধা তলৰ লিংকটোত পাব।

উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰলৈ সকলো শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক। অতি শীঘ্ৰে নিজৰ UNIQUE ID বনাওক। 

Unique ID বনাবলৈ ক্লিক কৰক

যিসকলে বিগত বৰ্ষতে Unique ID পঞ্জীয়ন কৰি থৈছে তেওঁলোকে সেইটোকে ব্যৱহাৰ কৰিব পাৰিব। উচ্চতৰ মাধ্যমিক, স্নাতক বা স্নাতকোত্তৰৰ সকলো শ্ৰেণীতে নামভৰ্তিৰ বাবে UNIQUE ID পঞ্জীয়ন কৰা বাধ্যতামূলক। (২০২১-২২ বৰ্যৰ বাবে)

UNIQUE ID জেনেৰেট কৰিবলৈ কি কৰিব :-

■ নিৰ্দিষ্ট লিংকত ক্লিক কৰি “Go to Registration” অপচনটো ক্লিক কৰিব।

■ তাত বিচৰা সকলো তথ্য সঠিক আৰু শুদ্ধভাৱে প্ৰদান কৰিব। (বেংক একাউণ্ট নিজৰ নামত নাথাকিলেও মাক-দেউতাকৰ নামৰ বেংক একাউণ্ট ব্যৱহাৰ কৰিব পাৰিব)

■ UNIQUE ID জেনেৰেট হোৱাৰ পাছত ওলোৱা স্ক্ৰীণখন স্ক্ৰীণশ্বট এটা মাৰি থ’ব। ইয়াৰ লগতে UNIQUE ID ৰ পৃষ্ঠাটো ডাউনলোড কৰি প্ৰিন্ট কৰি থ’ব।

Unique ID জেনেৰেট কৰিবলৈ ক্লিক কৰক।

আপোনালোকৰ তথ্য প্ৰদানত কিবা বিসংগতি হ’লেও এই লিংকতে গৈ আপোনালোকে তথ্য শুদ্ধ কৰিব পাৰে।

তথ্যৰ শুধৰণি কৰিবলৈ কি কৰিব :-

■ নিৰ্দিষ্ট লিংকত ক্লিক কৰি “STUDENT’S LOG IN” অপচনটো ক্লিক কৰক।

■ আপোনাৰ ভুল হৈ থকা তথ্যটো শুদ্ধ কৰক।

■ SAVE অপচন ক্লিক কৰক।

Unique ID বনাবলৈ ক্লিক কৰক

3.8 23 votes
Article Rating
Subscribe
Notify of
guest
5 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Priya Paharia
Priya Paharia
3 years ago

Thank you

Gitanjali Sonowal
3 years ago

College student

Sewali Daimary
Sewali Daimary
3 years ago

Unique id

Sonjoy Newar
Sonjoy Newar
3 years ago

নিজৰ নামত যদি বেংক একাউণ্ট নাথাকে , তেন্তে মা – দেউতাৰ দিব পাৰিম নাই

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

5
0
Would love your thoughts, please comment.x
()
x