নিয়োগ বাৰ্তাসাময়িকী

OBC মেৰিট স্কলাৰশ্বিপ,২০২০

WPT & BC, Assam Merit Scholarship,2020

অসম OBC মেৰিট স্কলাৰশ্বিপ,২০২০

অসমৰ জনজাতি (সমতল) আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ে ২০২০-২১ চনৰ বাবে অন্যান্য পিছপৰা শ্ৰেণী(OBC/MOBC)ৰ মেধাৱী শিক্ষাৰ্থীক বিত্তীয় সহায় প্ৰদান কৰিবলৈ অসমৰ অন্যান্য পিছপৰা শ্ৰেণীৰ মেধাৱী জলপানি,২০২০ সম্পৰ্কে এটা চৰকাৰী জাননী জাৰি কৰিছে।

এই আঁচনিয়ে অন্যান্য পিছপৰা শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীসকলক বিত্তীয় দিশত বিশেষ সহায় কৰিব।

■ জলপানিৰ আঁচনিৰ নাম –

WPT & BC, Assam OBC Merit Scholarship, 2020

জলপানিৰ ধন – ধাৰ্য কৰা নাই

বিত্তীয় বৰ্ষ – ২০২০-২১

আবেদন প্ৰক্ৰিয়া – অফলাইন

আবেদনৰ অন্তিম সময়সীমা – ১২ জানুৱাৰী,২০২১

ধনৰ পুঁজি – সমতলৰ জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়, অসম

অসম OBC মেৰিট স্কলাৰশ্বিপ,২০২০ ৰ বাবে যোগ্যতাৰ মাপকাঠি –

জাতি – আবেদক শিক্ষাৰ্থীসকল অসমৰ অন্যান্য পিছপৰা শ্ৰেণী (OBC/MOBC)ৰ জাতিভুক্ত হ’ব লাগিব।

শিক্ষাগত অৰ্হতা – আবেদনকাৰী শিক্ষাৰ্থীসকলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ নম্বৰ ৮০ শতাংশৰ ওপৰত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ নম্বৰ ৭৫ শতাংশৰ ওপৰত হ’ব লাগিব।

আয় – অভিভাৱকৰ আয়ৰ প্ৰমানপত্ৰৰ প্ৰয়োজন নাই।

OBC মেৰিট স্কলাৰশ্বিপৰ বাবে কেনেকৈ আবেদন কৰিব?

আবেদনকাৰী শিক্ষাৰ্থীসকলে www.directorwptbc.assam.gov.in ৱেবচাইটত থকা Assam OBC Merit Scholarship,2020ৰ ফৰ্মখন (এই পোষ্টৰ তলত সংলগ্ন ফৰ্ম)ডাউনলোড কৰি সকলো তথ্য অন্তৰ্ভুক্ত কৰি তাত উল্লেখ কৰা নথিসমূহ গাঁঠি নিম্নোক্ত ঠিকনাত পঠাব লাগিব।

ঠিকনা –

সমতলৰ জনজাতি আৰু পিছপৰা শ্ৰেণীৰ সঞ্চালকালয়,অসম,ৰুক্মিণী নগৰ,দিছপুৰ লাষ্ট গেট,ছাত্ৰী নিবাস পথ,গুৱাহাটী – ৬

Directorate of Welfare of Plain Tribes & Backward Classes,Assan,Rukmini Nagar,Dispur Last Gate,Guwahati – 6

■ আবেদনৰ বাবে ফৰ্ম ডাউনলোড কৰিবলৈ – ক্লিক কৰক

■ চৰকাৰী জাননী – ক্লিক কৰক

4.5 2 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

0
Would love your thoughts, please comment.x
()
x