নিয়োগ বাৰ্তাসাময়িকী

পৰিবহন বিভাগৰ ২২৫ টা পদ মুকলি

অসম চৰকাৰৰ পৰিবহন বিভাগে সৰ্বমুঠ ২২৫ টা পদ মুকলি কৰিছে। উক্ত পদসমূহ- কণিষ্ঠ সহায়ক,ষ্টেন’গ্ৰাফাৰ,সহকাৰী এনফৰ্চমেণ্ট পৰিদৰ্শক,এনফৰ্চমেণ্ট পৰীক্ষক,চতুৰ্থ বৰ্গ,সহকাৰী বাণিজ্যিক বিষয়া,ফিটাৰ সহায়ক,ইলেক্ট্রিকেল ৱায়াৰমেন আৰু মেচিনিষ্টৰ। পদসমূহৰ বিষয়ে সবিশেষ তলত উল্লেখ কৰা হ’ল –

অসমৰ পৰিবহন কমিচনাৰেটৰ অন্তৰ্গত –
১) কণিষ্ঠ সহায়ক (মুখ্য কাৰ্যালয় পৰ্যায়)
মুঠ পদৰ সংখ্যা -৮ টা
দৰমহাৰ নিৰিখ – ১৪,০০০-৪৯,০০০ + গ্ৰেড পে ৬,২০০ (পে বেণ্ড ২)

২) ষ্টেন’গ্ৰাফাৰ
মুঠ পদৰ সংখ্যা – ১ টা
দৰমহাৰ নিৰিখ – ১৪,০০০-৪৯,০০০ + গ্ৰেড পে ৮,০০০ (পে বেণ্ড ২)

৩) কণিষ্ঠ সহায়ক (জিলা পৰ্যায়ৰ)
মুঠ পদৰ সংখ্যা – ৫৬ টা
দৰমহাৰ নিৰিখ- ১৪,০০০-৪৯,০০০ + গ্ৰেড পে ৬,২০০ (পে বেণ্ড ২)

৪) কম্পিউটাৰ সহায়ক
মুঠ পদৰ সংখ্যা – ১ টা
দৰমহাৰ নিৰিখ – ১৪,০০০-৪৯,০০০ + গ্ৰেড পে ৬,২০০ (পে বেণ্ড ২)

৫) সহকাৰী এনফৰ্চমেণ্ট পৰিদৰ্শক
মুঠ পদৰ সংখ্যা – ৩০ টা
দৰমহাৰ নিৰিখ- ১৪,০০০-৪৯,০০০ + গ্ৰেড পে ৬,২০০ (পে বেণ্ড ২)

৬) এনফৰ্চমেণ্ট পৰীক্ষক
মুঠ পদৰ সংখ্যা- ৪৮ টা
দৰমহাৰ নিৰিখ – ১৪,০০০-৪৯,০০০ + গ্ৰেড পে ৫,৬০০ (পে বেণ্ড ২)

৭) চতুৰ্থ বৰ্গৰ কৰ্মচাৰী(পিয়ন, চকীদাৰ)
মুঠ পদৰ সংখ্যা – ৩০ টা
দৰমহাৰ নিৰিখ- ১৪,০০০-৩৭,৫০০ + গ্ৰেড পে ৩,৯০০ (পে বেণ্ড ১)

অসমৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অধীনত –
৮) কণিষ্ঠ সহায়ক(মুখ্য কাৰ্যালয় পৰ্য্যায়)
মুঠ পদৰ সংখ্যা – ১৩ টা
দৰমহাৰ নিৰিখ – ১৪,০০০-৪৯,০০০ + গ্ৰেড পে ৬,২০০ (পে বেণ্ড ২)

৯) সহকাৰী বাণিজ্যিক বিষয়া
মুঠ পদৰ সংখ্যা – ১ টা
দৰমহাৰ নিৰিখ – ১৪,০০০-৪৯,০০০ + গ্ৰেড পে ৭,৬০০ (পে বেণ্ড ২)

১০) কণিষ্ঠ সহায়ক (জিলা পৰ্যায়)
মুঠ পদৰ সংখ্যা – ২৪ টা
দৰমহাৰ নিৰিখ- ১৪,০০০-৪৯,০০০ + গ্ৰেড পে ৬,২০০ (পে বেণ্ড ২)

১১) মেচিনিষ্ট
মুঠ পদ – ৪ টা
দৰমহাৰ নিৰিখ- ১৪,০০০-৪৯,০০০ + গ্ৰেড পে ৫,৬০০ (পে বেণ্ড ২)

১২) ফিটাৰ সহায়ক
মুঠ পদৰ সংখ্যা – ৮ টা
দৰমহাৰ নিৰিখ – ১৪,০০০-৪৯,০০০ + গ্ৰেড পে ৫,২০০ (পে বেণ্ড ২)

১৩) ইলেক্ট্রিকেল ৱায়াৰমেন
মুঠ পদৰ সংখ্যা – ১টা
দৰমহাৰ নিৰিখ – ১৪,০০০-৪৯,০০০ + গ্ৰেড পে ৫,২০০ (পে বেণ্ড ২)

অসম পৰিবহন বিভাগৰ খালী পদসমূহৰ বাবে প্ৰয়োজনীয় যোগ্যতা –

আবেদনকাৰী ভাৰতীয় নাগৰিক হ’ব লাগিব,সাধাৰণভাৱে অসমৰ বাসিন্দা হ’ব লাগিব।
আবেদনকাৰীয়ে নিজৰ নামটো অসমৰ নিয়োগ বিনিময় কেন্দ্ৰ(Employment Exchange) ত পঞ্জীয়ন কৰা হ’ব লাগিব।

বয়সৰ সীমাঃ আবেদনকাৰীৰ বয়স ৩৮ বছৰৰ বেছি হ’ব নালাগিব আৰু ১৮ বছৰৰ কম হ’ব নালাগিব,১ জানুৱাৰী,২০২০ ভিত্তিত(আবেদনকাৰী ০১-০১-২০০২ চনৰ পাছত জন্ম হোৱা হ’ব নালাগিব আৰু ০১-০১-১৯৮২ ৰ আগত জন্ম হোৱা হ’ব নালাগিব।

ৰেহাই-
১) অনুসূচীত জাতি(SC) আৰু পাহাৰ আৰু ভৈয়ামত বাস কৰা অনুসূচীত জনজাতিৰ [ST(H) and ST(P)] আবেদকসকলে ৫ বছৰ ৰেহাই পাব।
২) অন্যান্য পিছপৰা শ্ৰেণী(OBC/MOBC)ৰ আবেদকসকলে ৩ বছৰ ৰেহাই পাব।

শিক্ষাগত অৰ্হতা –
১)কণিষ্ঠ সহায়ক (জিলা আৰু মুখ্য কাৰ্যালয় পৰ্যায়) আৰু কম্পিউটাৰ সহায়ক:
আবেদনকাৰীজন যিকোনো পঞ্জীয়নভুক্ত কলেজ বা বিশ্ববিদ্যালয়ৰ পৰা কলা/বিজ্ঞান/বাণিজ্য,যিকোনো এটা বিষয়ৰ স্নাতক হ’ব লাগিব বা তাৰ সমপৰ্য্যায়ৰ যিকোনো এটা ডিগ্ৰী থাকিব লাগিব। লগতে কম্পিউটাৰৰ ডিপ্লোমা লাগিব।
২) সহকাৰী বাণিজ্যিক বিষয়া:
আবেদনকাৰী যিকোনো পঞ্জীয়নভুক্ত কলেজ বা বিশ্ববিদ্যালয়ৰ পৰা কলা/বিজ্ঞান/বাণিজ্য,যিকোনো এটা বিষয়ৰ স্নাতক হ’ব লাগিব বা তাৰ সমপৰ্য্যায়ৰ যিকোনো এটা ডিগ্ৰী থাকিব লাগিব।
৩) ষ্টেন’গ্ৰাফাৰ:
আবেদনকাৰী যিকোনো পঞ্জীয়নভুক্ত কলেজ বা বিশ্ববিদ্যালয়ৰ পৰা কলা/বিজ্ঞান/বাণিজ্য,যিকোনো এটা বিষয়ৰ স্নাতক হ’ব লাগিব বা তাৰ সমপৰ্য্যায়ৰ যিকোনো এটা ডিগ্ৰী থাকিব লাগিব। লগতে অসমৰ যিকোনো আই টি আই(ITI) বা চৰকাৰী পঞ্জীয়নভুক্ত প্ৰতিষ্ঠানৰ পৰা মিনিটত ৮০ টা মাৰিব পৰা ষ্টেন’গ্ৰাফীৰ ৰাষ্ট্ৰীয় বাণিজ্য প্ৰমানপত্ৰ (NATIONAL TRADE CERTIFICATE) থাকিব লাগিব।

৪) সহকাৰী এনফৰ্চমেণ্ট পৰিদৰ্শক:
আবেদনকাৰী উচ্চতৰ মাধ্যমিক(১০+২) বা সমপৰ্য্যায়ৰ যিকোনো পৰীক্ষাত উত্তীৰ্ণ হোৱা হ’ব লাগিব।

৫) এনফৰ্চমেণ্ট পৰীক্ষক-
আবেদনকাৰী মেট্ৰিক বা তাৰ সপমৰ্য্যায়ৰ যিকোনো পৰীক্ষা উত্তীৰ্ণ হোৱা হ’ব লাগিব।

৬) মেচিনিষ্ট :
আবেদনকাৰী মেট্ৰিক বা তাৰ সপমৰ্য্যায়ৰ যিকোনো পৰীক্ষা উত্তীৰ্ণ হোৱা হ’ব লাগিব।লগতে চৰকাৰী পঞ্জীয়নভুক্ত প্ৰতিষ্ঠান নাইবা আই টি আইৰ পৰা মেচিনিষ্টৰ ডিপ্লোমা থকা হ’ব লাগিব।

৭) ফিটাৰ সহায়ক:
আবেদনকাৰী মেট্ৰিক বা তাৰ সপমৰ্য্যায়ৰ যিকোনো পৰীক্ষা উত্তীৰ্ণ হোৱা হ’ব লাগিব।লগতে চৰকাৰী পঞ্জীয়নভুক্ত প্ৰতিষ্ঠান নাইবা আই টি আইৰ পৰা ফিটাৰৰ ডিপ্লোমা থকা হ’ব লাগিব।

৮) ইলেক্ট্রিকেল ৱায়াৰমেন:
আবেদনকাৰী মেট্ৰিক বা তাৰ সপমৰ্য্যায়ৰ যিকোনো পৰীক্ষা উত্তীৰ্ণ হোৱা হ’ব লাগিব।লগতে চৰকাৰী পঞ্জীয়নভুক্ত প্ৰতিষ্ঠান নাইবা আই টি আইৰ পৰা ইলেক্ট্রিকেল ৱায়াৰমেনৰ ডিপ্লোমা থকা হ’ব লাগিব।

৯) চতুৰ্থ বৰ্গ:
আবেদনকাৰী অষ্টম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।

আবেদন মাচুল:
সকলোৰে আবেদন মাচুল বিনামূলীয়া।

নিৰ্বাচনৰ প্ৰক্ৰিয়া:
পৰীক্ষাসমূহ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব।
প্ৰথম পৰ্যায়-লিখিত পৰীক্ষা
দ্বিতীয় পৰ্যায়-কম্পিউটাৰ জ্ঞানৰ ওপৰত পৰীক্ষা

কেনেকৈ আবেদন কৰিব:
আবেদনকাৰীসকলে ২০/০৭/২০২০ ৰ পৰা ০৮/০৮/২০২০ লৈ উক্ত পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আবেদকসকলে SLPRB ৰ অফিচিয়েল ৱেবচাইটত অনলাইন আবেদন কৰিব লাগিব।

সবিশেষ জানিবৰ বাবে চাওকঃ Official Advertisement

আবেদন কৰিবৰ বাবে ক্লিক কৰক (২০ জুলাইৰ পৰা): Click Here

5 1 vote
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

0
Would love your thoughts, please comment.x
()
x