ই-বুক
প্ৰিয় পাঠক, সাঁচিপাতৰ পৰা ছপাশাললৈকে আৰু ছপাশালৰ পৰা ই-বুকলৈকে কিতাপ পঢ়া আৰু সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আজিৰ সময়লৈ এক ব্যাপক আন্দোলনৰ সূচনা হৈছে। কিন্তু এই আন্দোলনক যথাযোগ্যভাৱে সঁহাৰি দিব পৰাকৈ ই-গ্ৰন্থৰ অভাৱ অনুভৱ হয়। এই অভাৱ দূৰ কৰিবৰ বাবে আৰু ইন্টাৰনেট জগতলৈ অসমীয়া গ্ৰন্থৰাজিক এক নতুন ৰূপত আগবঢ়াই দিয়াৰ মানসেৰে আমি ইতিপূৰ্বে ইন্টাৰনেটত উপলদ্ধ এমুঠি ই-গ্ৰন্থক আপোনালোকলৈ সজাই-পৰাই আগবঢ়াইছো। আশাকৰোঁ সহৃদয় পাঠকবৃন্দ উপকৃত হ’ব আৰু চিৰচেনেহী ভাষা জননীৰ সাহিত্যৰাজিৰ বহুল প্ৰচাৰৰ নিমিত্তে ভাগ-বতৰা কৰি আনকো পঢ়াৰ সুবিধা কৰি দিব।
এই পৃষ্ঠাৰ অন্তৰ্গত গ্ৰন্থসমূহৰ কপিৰাইট সম্পৰ্কে আমি কোনোপ্ৰকাৰে দায়বদ্ধ নহয়। ইতিপূৰ্বে ইন্টাৰনেটত উপলদ্ধ কৰি ৰখা কেইবাটাও উত্সৰ পৰা আমি গ্ৰন্থসমূহ সংগ্ৰহ কৰিছো আৰু পোনপটীয়াকৈ পাঠকক তাৰপৰা ডাউনলোডৰ সুবিধা কৰি দিছো। ইয়াৰ মূল উত্স জানিবৰ বাবে চাওক -www.archive.org




পাৰিলে পদ্মনাথ গোহাঞি বৰুৱা আৰু হৰকান্ত বৰুৱাৰ অসমৰ ইতিহাসৰ কিতাপ কেইখন দিবচোন।
আশাকৰোঁ আগলৈ আৰু কিতাপ পঢ়িব পাৰিম
Can you please upload this e-book? Prajyotishar itihas (History of pragjyotishpur, 2022) Author: Dimbeswar Sarma, Publisher: Jyoti Prakashan