ahom-sworgodeuhokol
আহোম স্বৰ্গদেউসকল তথ্যকোষ সাময়িকী

চুহুংমুং – আহোমৰ চতুৰ্দশজন স্বৰ্গদেউ

১৪৯৭ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুপিমফাৰ মৃত্যু হ’ল। তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ চুহুংমুং ওৰফে দিহিঙীয়া ৰজাই আহোম ৰাজ্যৰ ৰাজপাটত অধিষ্ঠিত হ’ল। […]